• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ন উদ্যমেৰে সাজু INDIA: দুই দিনীয়াকৈ মুম্বাইত অনুষ্ঠিত হ’ব তৃতীয় বৈঠক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2023 8:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানহানিৰ গোচৰত শাস্তিৰ সন্মুখীন হৈ সাংসদ পদ হেৰুওৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কালি সকাহ প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে। গুজৰাটৰ নিম্ন আদালতৰ পূৰ্বৰ আদেশত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ দিয়াৰ লগে লগে পুনৰ সাংসদ পদ ঘুৰাই পোৱাৰ পথ মুকলি হ’ল ৰাহুল গান্ধীৰ। 

ৰাহুল গান্ধীৰ লগতে উচ্চতম ন্যায়ালয়ৰ এই ৰায় বিৰোধী মিত্ৰজোঁট INDIAৰ বাবেও সকাহ স্বৰূপ হৈ পৰিছে। ৰাহুল গান্ধীৰ পুনৰ আগমণ এতিয়া বিৰোধী শক্তিৰ মাজত ন উদ্যমৰ হোতা হৈ পৰিছে। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰণকৌশল চৰ্চাত এতিয়া INDIA অধিক গতিশীল হৈ পৰিছে।

Apply Now

ইয়াৰ মাজতে আজি ঘোষণা কৰা হৈছে INDIA ৰ তৃতীয় বৈঠকৰ দিনাংক। আজি কংগ্ৰেছ আৰু উদ্ধৱ থাকৰে ফৈদৰ শিৱসেনাই ঘোষণা কৰা অনুসৰি, INDIA মিত্ৰজোঁটৰ তৃতীয়খন বৈঠক অহা ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব।

আজি মুম্বাইত অনুষ্ঠিত হোৱা বিৰোধী গোট মহা বিকাশ আঘাদীৰ বৈঠকৰ অন্তত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে কৰা ঘোষণা অনুসৰি, গ্ৰেণ্ড হায়াটত অনুষ্ঠিত হ’বলগীয়া INDIAৰ বৈঠকত কমেও পাঁচগৰাকী মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। বৈঠকত ৰাহুল গান্ধীও উপস্থিত থাকিব।

উল্লেখ্য যে, বিজেপিক ৰোধ কৰাৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে আগবঢ়া বিৰোধীৰ প্ৰথম বৈঠক ২৩ জুনত পাটনাত অনুষ্ঠিত হৈছিল আৰু এই বৈঠকত ১৬টা বিৰোধী দলে অংশ লৈছিল। তাৰ পিছত ১৭-১৮ জুলাইত বাংগালুৰুত ২৬টা দলৰ বৈঠক অনুষ্ঠিত হৈছিল।

বাংগালুৰুত অনুষ্ঠিত হোৱা এই দ্বিতীয়খন বৈঠকতে বিৰোধী এই মিত্ৰজোঁটৰ নাম Indian National Developmental Inclusive Alliance, চমুকৈ INDIA হিচাপে নামাকৰণ কৰা হৈছিল। এই বৈঠকতে কৰা ঘোষণা অনুসৰি আগন্তুক বৈঠকত মিত্ৰজোঁটৰ এগৰাকী আহ্বায়কৰ নাম ঘোষণা কৰা হ’ব।

লগতে পঢ়কঃ আপুনি আমাক যি নামেৰেই নামাতক লাগিলে, আমি মণিপুৰৰ চকুলো মচিম – মোদীক প্ৰতুত্তৰ ৰাহুলৰ

লগতে পঢ়কঃ শৰীৰৰ কোন অংশত তিল থাকিলে কি হয়? শৰীৰত থকা তিলৰ অৱস্থানে নিৰ্ণয় কৰিব আপোনাৰ ভাগ্য

লগতে পঢ়কঃ খানাপাৰাত জব্দ ৩০ কিলোগ্ৰাম ভাং : গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd