• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২২ মাৰ্চত সমগ্ৰ দেশত ৰে’ল সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত ৰে’ল মন্ত্ৰ্যালয়ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 21, 2020 8:15 am

1 min read

railways

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

174.3k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশত কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই অহাৰ পাছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰক সম্বোধন কৰি ২২ মাৰ্চ ৰবিবাৰে ৰাতিপুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ জনতা কাৰ্ফিউৰ আহ্বান জনাইছে।

প্ৰধান মন্ত্ৰী মোদীয়ে এই ভয়াৱহ সময়ত জনসাধাৰণক ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ অনুৰোধ কৰিছে।

প্ৰধান মন্ত্ৰী মোদীৰ জনতা কাৰ্ফিউৰ আহ্বানত সহাৰি জনাই ভাৰতীয় ৰে’লৱেও ২২ মাৰ্চত সমগ্ৰ দেশত ৰে’ল সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰে’ল মন্ত্ৰ্যালয়ে কৰা ঘোষণা কৰা অনুসৰি, ২১/২২ মাৰ্চৰ নিশা ১২ বজাৰ পৰা  ২২ মাৰ্চৰ নিশা ১০ বজালৈ অৰ্থাৎ ২২ ঘণ্টা কোনোধৰণৰ যাত্ৰীবাহী ৰে’ল চলাচল নকৰে সমগ্ৰ ভাৰতবৰ্ষত।

আনহাতে, ৰে’ল মন্ত্ৰ্যালয়ে প্ৰথম দিনাখনে ৭ ঘণ্টাৰ যাত্ৰা সম্পূৰ্ণ কৰা যাত্ৰীবাহী ৰে’ল সমূহক ইয়াৰ পৰা ৰেহাই দি গন্তব্যস্থানলৈ যাত্ৰা সম্পূৰ্ণ কৰাৰ অনুমতি দিছে।

উল্লেখযোগ্য যে, ভাৰত বৰ্ষত কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই ২৫০ ৰো অধিক হৈছে।

এটা সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ভাৰতৰ মুঠ ৩০ কোটি জনসাধাৰণ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ভিতৰত ১০ কোটি লোকৰ অৱস্থা জটিল হ’ব।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd