• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঢ়িব নিৱনুৱাৰ সংখ্যা! ভাৰতীয় ৰে’লত বিলুপ্তি ঘটোৱা হ’ল ১৩,৪৫০ টা পদ

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2021 6:05 pm
a rail
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিটো সময়ত দেশত নিৱনুৱা সমস্যাই ভয়ংকৰ ৰূপধাৰণ কৰিছে সেই সময়তে ভাৰতীয় ৰে’ল বিভাগে চলিত বৰ্ষত ১৩,৪৫০ টা পদ বিলুপ্তি কৰাৰ সিদ্ধান্ত লৈছে।

ৰে’ল বোৰ্ডৰ কাৰ্যকৰী সঞ্চালক উমেশ বালোণ্ডাই ১৩ হাজাৰৰো অধিক পদ বিলুপ্ত কৰা হোৱা বুলি প্ৰকাশ কৰিছে।বালোণ্ডাইপ্ৰকাশ কৰা মতে ৰে’ল বিভাগৰ ১৬ টা জ’নত এই পদ সমূহ বিলুপ্ত কৰা হৈছে।

Apply Now

কেৱল পূৱ ৰে’লৱেতেই ১ হাজাৰ ৩ শটা পদ বিলোপ কৰা হৈছে। ৰে’ল বিভাগে এনেদৰে বহু হাজাৰ পদ বিলোপ কৰাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অল ইণ্ডিয়া ৰে’লৱে মেনছ ফেডাৰেছনৰ সম্পাদক শিৱ গোপাল মিশ্ৰই ৰে’ল বিভাগৰ সিদ্ধান্ত বিৰোধিতা কৰি কয় যে ৰে’ল বিভাগত এনেয়ে কৰ্মীৰ সংখ্যা কম। এনে পৰিস্থিতিত পদ বিলোপ কৰি কৰ্ম শক্তি আৰু কমাই দিয়া হ’ল।

কোভিডত মৃত্যু ঘটা ৰে’ল কৰ্মীসকলৰ পদো আজিলৈকে পূৰণ কৰা হোৱা নাই। ৰে’ল বিভাগক ব্যক্তিগত খণ্ডক গটাই দিয়াৰ বাবে এয়া একাংশ বিষয়া আৰু চৰকাৰৰ কুছকাৱাজ বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখ্য কৰ্মৰত কৰ্মচাৰীয়ে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলে এতিয়াৰ পৰা আৰু তেওঁলোকৰ সন্তানে লাভ নকৰিব ৰে’লৱেৰ চাকৰি।

উল্লেখ্য যে, লাৰ্জেছ আঁচনিৰ অধীনত ভাৰতীয় ৰে’লত কৰ্মৰত কোনো কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত সন্তানে ভাৰতীয় ৰে’লত চাকৰি লাভ কৰাৰ নিয়ম আছে। ৰে’লৱে ব’ৰ্ডে এই পুৰণি নিয়ম বিৰ্সজন দিয়া বুলি ঘোষণা কৰিছে।

ৰে’লৱেই ‘চেল্যুট’ নামৰ আঁচনিৰ অধীনত চালক আৰু টেকমেনৰূপে কৰ্মৰত কৰ্মচাৰীয়ে কামৰ হেঁচাৰ বাবে চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিব পাৰিব।

পঞ্চাশ বছৰ বা তাৰ উৰ্দ্ধৰ ৰে’লৱেৰ কৰ্মচাৰীয়ে এই আঁচনিৰ অধীনত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলেও তেওঁলোকৰ সন্ততিয়ে ৰে’লৱেত চাকৰি লাভ নকৰিব বুলি এক নিৰ্দেশনা জাৰি কৰা হৈছিল।
ৰে’লৱে ব’ৰ্ডৰ এই নতুন নীতিক বিৰোধ কৰিছে ৰে’লৱেৰ কৰ্মচাৰী সংগঠনসমূহে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd