• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যাত্ৰীৰ সুবিধাৰ বাবে ভাৰতীয় ৰেলৱেৰ নতুন পদক্ষেপ: সলনি কৰিব পাৰিব টিকটৰ তাৰিখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 8, 2025 8:26 am
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰে’লৱে যাত্ৰীসকলৰ বাবে কঢ়িয়াই আনিছে এক সুখবৰ! এতিয়াৰ পৰা টিকট বুকিং কৰাৰ পিছতো যাত্ৰাৰ তাৰিখ সলনি কৰাৰ সুবিধা প্ৰৱৰ্তন কৰিবলৈ ওলাইছে ৰে’লৱে বিভাগে। এই নতুন ব্যৱস্থাৰ জৰিয়তে যাত্ৰীসকলে কোনো অতিৰিক্ত মাচুল নিদিয়াকৈ নিজৰ যাত্ৰাৰ তাৰিখ সলনি কৰিব পাৰিব। এই সুবিধা পূৰ্বে উপলব্ধ নাছিল, আৰু ভাৰতীয় ৰে’লৱেই প্ৰথমবাৰৰ বাবে এনে ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত লৈছে।

বৰ্তমান যদি কোনো যাত্ৰীৰ পৰিকল্পনাত সূচী সলনি হয়, তেন্তে তেওঁলোকে পুৰণি টিকট বাতিল কৰি নতুন তাৰিখৰ বাবে টিকট বুকিং কৰিবলগীয়া হয়। এই প্ৰক্ৰিয়াত যাত্ৰীসকলে আৰ্থিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়, কাৰণ টিকট বাতিল কৰিলে ৰে’লৱেৰ নিৰ্দিষ্ট নিয়ম অনুসৰি কিছু পৰিমাণৰ ধন কৰ্তন কৰা হয়। এই সমস্যাৰ সমাধানৰ বাবে ৰে’লৱেৰ এই নতুন পদক্ষেপ ২০২৬ৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হ’ব।

Apply Now

ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই সন্দৰ্ভত কয় যে, “পুৰণি ব্যৱস্থা যাত্ৰীসকলৰ স্বাৰ্থৰ বিৰুদ্ধে আছিল। এতিয়াৰ পৰা যাত্ৰীসকলে অনলাইনৰ জৰিয়তে বিনামূলীয়াকৈ নিজৰ টিকটৰ যাত্ৰাৰ তাৰিখ সলনি কৰিব পাৰিব।”

ৰে’ল মন্ত্ৰীগৰাকীয়ে লগতে স্পষ্ট কৰি দিছ যে নতুন তাৰিখত টিকট নিশ্চিত হোৱাৰ কোনো নিশ্চয়তা নাই। নতুন তাৰিখত টিকটৰ উপলব্ধতা নিৰ্ভৰ কৰিব ৰে’লৰ পথ আৰু ট্ৰেইনৰ আসনৰ উপলব্ধতাৰ ওপৰত। লগতে, যদি নতুন তাৰিখৰ টিকটৰ ভাড়া পুৰণি টিকটৰ ভাড়াতকৈ বেছি হয়, তেন্তে যাত্ৰীয়ে সেই অতিৰিক্ত ধন পৰিশোধ কৰিব লাগিব।

যদিও ৰে’ল বিভাগৰ বিষয়াসকলে জানিব দিছে যে জানুৱাৰী ২০২৬ৰ পৰা এই সুবিধা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব, আৰু যাত্ৰীসকলে অনলাইন প্লেটফৰ্মৰ জৰিয়তে এই সেৱাৰ সুবিধা ল’ব পাৰিব। অৱশ্যে এই নতুন ব্যৱস্থা সন্দৰ্ভত এতিয়াও ৰে’ল মন্ত্ৰালয়ৰ পৰা কোনো আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm
সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

June 27, 2026 8:59 pm
প্ৰশ্নকাকত ফাদিলৰ সন্দেহ: পৰীক্ষাৰ এদিন পূৰ্বেই স্থগিত মহাৰাষ্ট্ৰৰ টেট

প্ৰশ্নকাকত ফাদিলৰ সন্দেহ: পৰীক্ষাৰ এদিন পূৰ্বেই স্থগিত মহাৰাষ্ট্ৰৰ টেট

June 27, 2026 8:56 pm
হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm
সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

June 27, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd