DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দুৰ্গোসৱৰ বতৰত ভাৰতীয় ৰে’লৱেই অতিৰিক্ত ৩৯২ খন ৰে’ল চলাব : চাওক সম্পূৰ্ণ তালিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2020 8:30 pm
railways22
834
VIEWS
Share on FacebookShare on Twitter

সমাগত দুৰ্গোৎসৱ। মহামাৰী ক’ৰ’ণাৰ বাবে এইবাৰ দেশত দুৰ্গোৎসৱ উদযাপনত পূৰ্বৰ দৰে উৎসাহ উদ্দীপনাৰ পৰিলক্ষিত হোৱা নাই।

 

ইফালে এতিয়াও ভাৰতীয় ৰে’লে দূৰণীবটীয়া কিছু ৰে’লৰ চলাচল আৰম্ভ কৰিছিল যদিও স্থানীয় ৰে’লৰ চলাচল বন্ধ কৰি ৰাখিছে।

তেনে সময়তে আজি মংগলবাৰে ভাৰতীয় ৰে’লৱেই ঘোষণা কৰিছে যে আগন্তুক দুৰ্গোসৱৰ সময়ত ৩৯২ খন অতিৰিক্ত ৰে’ল চলাচলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰে’লৱে বিভাগে ঘোষণা কৰা মতে অহা ২০ অক্টোবৰ পৰা ৩০ অক্টোবৰলৈ অতিৰিক্ত ১৯৬ যোৰা অৰ্থাৎ ৩৯২ খন ৰে’লে দেশত চলাচল কৰিব।

ৰে’লৱে ব’ৰ্ডে মংগলবাৰে জাৰি কৰা এক নিৰ্দেশনাত কয় যে মহোৎসৱ বিশেষ ৰে’লবোৰ প্ৰতি ঘণ্টাত ৫৫ কিলোমিটাৰ গতিৰে চলোৱা হ’ব।

এই বিশেষ ৰে’লসমূহ যাত্ৰীৰ পৰা ভাড়া লোৱাও হ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।

উল্লেখ্যে যে, ক’ৰ’ণাকালীন লকডাউনৰ উঠাই আনলক আৰম্ভ কৰাৰে পৰা দেশত মাত্ৰ ৩০০ মেইল আৰু এক্সপ্ৰেছ ৰে’লহে চলি আছে।

 

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd