• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

হৰমুজ প্ৰণালীত মিছাইল আক্ৰমণ, জুই লাগিল ইউ এ ইৰ তেল টেংকাৰত; নিহত ভাৰতীয় নাৱিক

একাংশ বিশেষজ্ঞই আশংকা কৰিছে যে যদি এই অঞ্চলৰ নিৰাপত্তা পৰিস্থিতিৰ অৱনতি ঘটে তেন্তে ইয়াৰ প্ৰভাৱ আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰতো পৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2026 8:57 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ বিৰুদ্ধে হৰমুজ প্ৰণালীত ইউ এ ইৰ দুখন তেল টেংকাৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। সোমবাৰৰ এই আক্ৰমণত এজন ভাৰতীয় নাৱিক নিহত হোৱা বুলি জানিব পৰা গৈছে। আহত হৈছে আন ৮ জন। ইয়াৰে চাৰিজনৰ অৱস্থা সংকটজনক। সংযুক্ত আৰব আমিৰশ্বাহীয়ে সঠিক সময়ত ইৰাণক প্ৰত্যুত্তৰ দিয়া হ’ব বুলি সকীয়াই দিছে।

হৰমুজ প্ৰণালীৰ এটা অংশ ওমানৰ ভূখণ্ডৰ জলসীমাৰ ভিতৰত পৰে। ইউ এ ইৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে তেওঁলোকৰ দুখন তেল টেংকাৰ সেই জলপথৰ দক্ষিণ দিশৰ জাহাজ লেনৰ মাজেৰে পাৰ হৈ গৈছিল। হঠাৎ ইৰাণে ক্ৰুজ মিছাইলেৰে তেওঁলোকক আক্ৰমণ কৰে। দুয়োখন টেংকাৰতে জুই লাগে। পিছত উদ্ধাৰকাৰী দলে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সেই আক্ৰমণত ভাৰতীয় নাৱিকজনৰ মৃত্যু হয়। অৱশ্যে তেওঁৰ পৰিচয় প্ৰকাশ কৰা হোৱা নাই।

Apply Now

ইউ এ ই চৰকাৰে এই ঘটনাক তীব্ৰ গৰিহণা দিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে এই আক্ৰমণ আন্তঃৰাষ্ট্ৰীয় আইনৰ গুৰুতৰ উলংঘা। দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তা ৰক্ষাৰ বাবে সেনাই সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ অধিকাৰ আছে বুলিও দাবী কৰা হৈছে। সংযুক্ত আৰব আমিৰশ্বাহীয়ে পৰিস্থিতি অনুসৰি উপযুক্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি সকীয়াই দিছে।

এই ঘটনাই হৰমুজ প্ৰণালীৰ আশে-পাশে পুনৰ উত্তেজনাৰ সৃষ্টি কৰিছে। বিশ্বৰ এই গুৰুত্বপূৰ্ণ সাগৰীয় পথেৰে প্ৰতিদিনে বৃহৎ পৰিমাণৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ পৰিবহণ কৰা হয়। ফলত একাংশ বিশেষজ্ঞই আশংকা কৰিছে যে যদি এই অঞ্চলৰ নিৰাপত্তা পৰিস্থিতিৰ অৱনতি ঘটে তেন্তে ইয়াৰ প্ৰভাৱ আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰতো পৰিব পাৰে।

ইৰাণে এই আক্ৰমণ সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই যদিও ইয়াৰ ফলত ইৰাণ আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ মাজত পুনৰ উত্তেজনা সৃষ্টি হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হৰমুজ প্ৰণালীৰ মাজেৰে যাত্ৰা কৰা সকলো মালবাহী জাহাজৰ ওপৰত ২০ শতাংশ ‘নিৰাপত্তা মাচুল’ বা কৰ আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। সোমবাৰে তেওঁ ট্ৰুথ ছ’চিয়েলত লিখিছে, ‘হৰমুজৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ খৰচ বহন কৰিবলৈ সকলো জাহাজে ২০ শতাংশ কৰ দিব লাগিব।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd