• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ আটাইতকৈ ভয়ংকৰ কমাণ্ডো বাহিনীসমূহ, যাৰ নাম শুনিলই ভয়ত কঁপি উঠে শত্ৰুপক্ষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2023 7:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আজি বিশ্বৰ অন্যতম সামৰিক শক্তিশালী দেশ। জনসংখ্যাৰ ক্ষেত্ৰত চীনৰ পিছতে বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে ভাৰত। সামৰিক শক্তিৰ বাজেটৰ ক্ষেত্ৰতো ভাৰত বিশ্বৰ ভিতৰতে নৱম স্থানত আছে। ভাৰতত মুঠ সক্ৰিয় জোৱানৰ সংখ্যা ১৩ লাখতকৈ অধিক আৰু সংৰক্ষিত সদস্যৰ সংখ্যা ১১ লাখৰো অধিক। অর্থাৎ ক’ব পাৰি যে ২৪ লাখৰো অধিক সৈনিক ভাৰতীয় সামৰিক বাহিনীত প্রত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত৷

এই বিশাল ভাৰতীয় সেনাবাহিনীত কিছুমান বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত বাহিনী আছে। এই বিশেষ বাহিনী সমূহ ইমানেই শক্তিশালী আৰু ভয়ংকৰ যে তেওঁলোকৰ নাম শুনিলেই ভয়ত টোপনি নাহে শত্ৰু বাহিনীৰ। যিকোনো অসম্ভৱক সম্ভৱ কৰি তুলিবলৈ সক্ষম ভাৰতীয় সেনাৰ এই বিশেষ কামাণ্ডো বাহিনী। যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সদা সষ্টম এইসকল কামাণ্ডো জোৱান। ভয় বা নোৱাৰো বোলা শব্দ দুটা এইসকল জোৱানত অভিধানতে নাই। আকাশ, পানী আৰু মাটি সকলোতে সমানে যুদ্ধ কৰিবলৈ সক্ষম এইসকল কামাণ্ডো। উদ্ধাৰ অভিযানৰ পৰা নিৰাপত্তাৰ দায়িত্বলৈকে, দেশৰ সীমাৰ পৰা আৰম্ভ কৰি দেশৰ আভ্যন্তৰীণ শত্ৰুৰ লগত যুদ্ধ কৰালৈকে সকলোতে পাৰ্গত এই বিশেষ কামাণ্ডোৰ প্ৰশিক্ষণ লোৱা জোৱান সকল। দীঘলীয়া সময় বিভিন্ন কষ্টকৰ আৰু উচ্চমানৰ প্ৰশিক্ষণৰ অন্তত নিজকে এনেদৰেই সাজু কৰি তোলে এই কামাণ্ডো জোৱানসকলে। আহকচোন ভাৰতীয় সেনাৰ তেনে কেইটামান কামাণ্ডো বাহিনীৰ বিষয়ে জানো – 

Apply Now

ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী (NSG) : ই ভাৰতৰ আটাইতকৈ দক্ষ সেনাবাহিনী। দেশৰ ঘৰুৱা সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবলৈ এই গোটটো ব্যৱহাৰ কৰা হয়। এই বাহিনীটোক এন এছ জি ব্লেক কেট কমাণ্ডো বুলিও কোৱা হয়। সকলো ধৰণৰ স্বয়ংক্ৰিয় অস্ত্ৰত পাকৈত এই বাহিনীত থকা কামাণ্ডো সকল। শাৰীৰিক আৰু মানসিকভাৱে আটাইতকৈ শক্তিশালী এওঁলোক। ১৯৮৪ চনত অপাৰেচন ব্লুষ্টাৰৰ পিছত এই বিশেষ বাহিনী গঠন কৰা হৈছিল। 

স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ(SPG) : প্ৰধানমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক সুৰক্ষা প্ৰদান কৰাই হৈছে এই জোৱানসকলৰ প্ৰধান কাম। দেশৰ ভিতৰত যিকোনো অনুষ্ঠানত গুৰুত্বপূৰ্ণ লোকসকলক সুৰক্ষা প্ৰদান কৰে এই জোৱান সকলে। এই জোৱানসকলক বিশেষ প্ৰশিক্ষণ দিয়া হয়। তেওঁলোকে নিজৰ কাম খুব খৰতকীয়া কৰে। দুয়োহাতেৰে একেলগে অস্ত্ৰ চলাব পাৰে SPG জোৱান সকলে। তেওঁলোকে নিজৰ কামবোৰ সকলোৰে পৰা গোপনে ৰাখে। কেতিয়াবা কাৰোবাৰ বডিগাৰ্ড হিচাপেও থাকিবলগা হয় এই জোৱান সকল।

ফৰ্চ ৱান কমাণ্ডো (Force One) : মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এই বিশেষ বাহিনী গঠন কৰা হয়। তেওঁলোকৰ মূল কাম হ’ল যিকোনো সন্ত্ৰাসবাদী আক্ৰমণ প্ৰতিহত কৰা। এই বিশেষ বাহিনীক বিশেষ ধৰণৰ প্ৰশিক্ষণ দিয়া হয়। তেওঁলোকে সকলো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ চম্ভালিব পৰাকৈ সক্ষম। এই বাহিনীৰ জোৱানসকলে ইজৰাইলতো প্ৰশিক্ষণ গ্ৰহণ কৰে। 

গৰুড় কমাণ্ডো বাহিনী (গৰুড় কমাণ্ডো বাহিনী): ই ভাৰতীয় বায়ুসেনাৰ বিশেষভাৱে প্ৰশিক্ষিত বাহিনী। এই বাহিনী ২০০৪ চনত গঠন হৈছিল। এই বিশেষ ইউনিটত ২০০০ৰো অধিক জোৱান আছে। বায়ু সেনাৰ বিশেষ ঘাটিৰ সুৰক্ষা, অভিযান আদিৰ বাবে এই বাহিনী ব্যৱহাৰ কৰা হয়। গৰুড় কমাণ্ডো হ’বলৈ এজন জোৱানে তিনি বছৰৰ কঠোেৰ প্ৰশিক্ষণ গ্ৰহণ লাগে। পাহাৰ, বনাঞ্চল আৰু সকলো ঠাইতে সমানে কাৰ্যক্ষম তেওঁলোক।  ৰাতিৰ আন্ধাৰতো এওঁলোকে  নিখুঁতভাৱে কাম কৰিব পাৰে।

মাৰ্কছ : মাৰ্কছ (মেৰিন কমাণ্ডো) হৈছে এটা বিশেষ বাহিনীৰ ইউনিট যিটো ১৯৮৭ চনত ভাৰতীয় নৌসেনাই প্ৰত্যক্ষ ব্যৱস্থা, বিশেষ পুনঃপূৰণ, উভচৰ যুদ্ধ আৰু সন্ত্ৰাসবাদ বিৰোধীৰ বাবে প্ৰতিষ্ঠা কৰিছিল। মাৰ্কছৰ প্ৰশিক্ষণ হয়তো বিশ্বৰ আটাইতকৈ কঠোৰ শাৰীৰিক আৰু মানসিক শক্তি পৰীক্ষা। মাৰ্কছক প্ৰায়ে ‘দাড়ি থকা সেনাবাহিনী’ বুলি কোৱা হয়। মাৰ্কছ যিকোনো ধৰণৰ ভূখণ্ডত কাম কৰিবলৈ সক্ষম, কিন্তু মূলতঃ সাগৰীয় কাৰ্য্যকলাপত নিয়োজিত এও কামাণ্ডো সকল। 

কোব্ৰা কমাণ্ডো বাহিনী (কোব্ৰা): এই বিশেষ বাহিনীটো কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এটা বিশেষ শাখা। দেশৰ আভ্যন্তৰীণ সমস্যা অৰ্থাৎ নক্সালবাদীৰ সৈতে মোকাবিলা কৰিবলৈ এই শাখা গঠন কৰা হৈছিল । ইহঁত  নিৰস্ত্ৰকৰণত অতি ফলপ্ৰসূ। দেশৰ যিকোনো অৰণ্যত  এওঁলোক  কাৰ্যক্ষম। স্থানীয়ভাৱে বিভিন্ন ভাষাৰ লগত পৰিচিত এইসকল জোৱান। বিভিন্ন জীৱ-জন্তু আৰু চৰাই চিৰিকতিৰ মাত উলিওৱাতো পাকৈত কব্ৰা কামাণ্ডোসকল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd