• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

চুডানত সেনা-অৰ্ধসামৰিক বাহিনীৰ সংঘৰ্ষত প্ৰাণ হেৰুৱালে ভাৰতীয় নাগৰিকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 16, 2023 5:32 pm
Sudan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফ্ৰিকান ৰাষ্ট্ৰ চুডানত সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত ক্ষমতাৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত সৃষ্টি হোৱা এই সংঘৰ্ষত অৰ্ধশতাধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৬ শতাধিক লোক আহত হৈছে।

শোকাৱহভাৱে এই সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে চুদানত কৰ্মৰত এগৰাকী ভাৰতীয় লোকে। চুডানৰ ভাৰতীয় দূতাবাসে নিশ্চিত কৰিছে ভাৰতীয় নাগৰিকগৰাকীৰ মৃত্যুৰ খবৰ। এক টুইট যোগে দূতাবাসে এই বিষয়ে সদৰী কৰিছে।

Apply Now

ভাৰতীয় দূতাবাসে টুইটটোত উল্লেখ কৰা মতে, এলবাৰ্ট অগেষ্টিন নামৰ ভাৰতীয় নাগৰিকগৰাকী কালি এক লক্ষ্যভ্ৰষ্ট গুলীত আঘাতপ্ৰাপ্ত হৈছিল। চুদানৰ এটা দাল গ্ৰুপ কোম্পানীত কাম কৰা অগেষ্টিনৰ আজি এই আঘাতৰ ফলস্বৰূপেই মৃত্যু হয় বুলি দূতাবাসে কয়।

দূতাবাসে লগতে এই ক্ষেত্ৰত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ বাবে অগেষ্টিনৰ পৰিয়াল আৰু চিকিৎসা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছে বুলি সদৰী কৰে।

Press Release

It has been reported that Mr Albert Augestine, an Indian National working in a Dal Group Company in Sudan who got hit by a stray bullet yesterday succumbed to his injuries.

Embassy is in touch with family and medical authorities to make further arrangements.

— India in Sudan (@EoI_Khartoum) April 16, 2023

উল্লেখ্য যে, দেশখনৰ ৰাজধানী খাৰ্টুমস্থিত ৰাষ্ট্ৰপতি ভৱন, ৰাজ্যিক টিভি আৰু সেনাৰ মুখ্য কাৰ্যালয়ৰ স্বত্ব দখলক লৈ সৃষ্টি হোৱা এই ভয়াৱহ সংঘাতে দেশখনৰ সাধাৰণ জনসাধাৰণৰ জীৱন সংকটৰ মুখলৈ ঠেলি দিছে।

চুডানৰ চিকিৎসক সংঘই জানিবলৈ দিয়া মতে, পশ্চিম দাৰফুৰ অঞ্চল আৰু উত্তৰ মেৰ’ৱে চহৰত সামৰিক আৰু আৰ এছ এফৰ জোৱানকে ধৰি বহু লোকৰ অগণন হতাহতি হৈছে।

সংবাদ সংস্থা ৰয়টাৰৰ প্ৰতিবেদন মতে, চুডানৰ সেনাই ৰাজধানীৰ ওচৰৰ অৰ্ধসামৰিক বাহিনীৰ ঘাটিত বিমান আক্ৰমণ চলাই দেশখনৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ দখল কৰাৰ ভাবুকি প্ৰদান কৰিছে।

ৰয়টাৰে প্ৰত্যক্ষদৰ্শীৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি এদিনীয়া তীব্ৰ যুদ্ধৰ শেষত সেনাই ৰাজধানী খাৰ্টুমৰ লগত সংলগ্ন ওমদুৰমান চহৰত চৰকাৰৰ অৰ্ধসামৰিক ৰেপিড চাপৰ্ট ফৰ্চৰ (আৰ এছ এফ) ঘাটিত আঘাত হানে।

উত্তৰ দিশৰ মেৰ’ৱে, এল ফাশ্বাৰ আৰু পশ্চিম দাৰফুৰ ৰাজ্যৰ খাৰ্টুমৰ ৰাষ্ট্ৰপতি ভৱন, সেনা প্ৰধানৰ বাসগৃহ, ৰাজ্যিক টেলিভিছন ষ্টেচন আৰু বিমানবন্দৰ জব্দ কৰা বুলি দাবী কৰে আৰ এছ এফে। অৱশ্যে সেনাই খাৰিজ কৰিছে সেই দাবী।

চুডানৰ বায়ুসেনাই আৰ এছ এফৰ কাৰ্যকলাপৰ আকাশী জৰীপ চলোৱাৰ সময়ত ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিছে আৰু খাৰ্টুম ৰাজ্যত আজি দিনটোৰ বাবে ছুটী ঘোষণা কৰি বিদ্যালয়, বেংক আৰু চৰকাৰী কাৰ্যালয় বন্ধ কৰি দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd