• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বৰ আটাইতকৈ গৰম ৫০ খন চহৰৰ আটাইকেইখনেই ভাৰতত, তীব্ৰ গৰমত অতিষ্ঠ দেশবাসী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2026 6:08 pm
136
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া তীব্ৰ গৰম আৰু খৰাঙে দেখা দিছে। শেহতীয়া এক খবৰ অনুসৰি শুকুৰবাৰে পুৱা বিশ্বৰ আটাইতকৈ গৰম ৫০ খন চহৰৰ আটাইকেইখনেই ভাৰতত আছিল। উত্তৰ, মধ্য আৰু পূব ভাৰতত এইবাৰ গৰমে এনেদৰে প্ৰকোপ ধাৰণ কৰিছে যে দুপৰীয়া হোৱাৰ আগতেই তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছৰ ওপৰলৈ গুচি গৈছে। বতৰ নিৰীক্ষণকাৰী সংস্থা একিউআই ডট ইনৰ তথ্য অনুসৰি শুকুৰবাৰে পুৱা ১০ বাজি ৫০ মিনিটত বিশ্বৰ আটাইতকৈ গৰম চহৰৰ তালিকাখনত কেৱল ভাৰতৰে চহৰসমূহ আছিল। ইয়াৰ ভিতৰত ওড়িশাৰ বলাংগীৰ নামৰ চহৰখন আটাইতকৈ গৰম হিচাপে পৰিগণিত হৈছে, য’ত তাপমাত্ৰা আছিল ৪৫ ডিগ্ৰী চেলচিয়াছ।

এই তালিকাখনত বলাংগীৰৰ পাছতেই আছিল মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ। এই দুয়োখন চহৰতে তাপমাত্ৰা আছিল ৪৪ ডিগ্ৰী চেলচিয়াছ। ইয়াৰ উপৰিও ছত্তীশগড়, বিহাৰ, তেলেংগানা, হাৰিয়ানা আৰু মধ্য প্ৰদেশৰ কেইবাখনো চহৰত প্ৰচণ্ড গৰম পৰিছে। আচৰিত কথাটো হৈছে যে বিশ্বৰ এই আটাইতকৈ গৰম ৫০ খন চহৰৰ ভিতৰত আধাতকৈও অধিক চহৰ কেৱল উত্তৰ প্ৰদেশৰে আছিল। উত্তৰ প্ৰদেশৰ বাৰাণসী, বান্দা, বাৰেলী আৰু অযোধ্যা আদি ঠাইত দুপৰীয়া নৌহওতেই তাপমাত্ৰা ৪২ ৰ পৰা ৪৩ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সতৰ্ক কৰি দিছে যে উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত এই তীব্ৰ গৰমৰ প্ৰকোপ আৰু কিছুদিনলৈ অব্যাহত থাকিব। ইয়াৰ বাবে কেইবাখনো ৰাজ্যত ইতিমধ্যে ৰেড আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।

Apply Now

বতৰ বিজ্ঞানীসকলৰ মতে আকাশ পৰিষ্কাৰ হৈ থকা আৰু উত্তৰ-পশ্চিম দিশৰ পৰা অহা শুকান বতাহৰ বাবেই এইবাৰ দেশত গৰমৰ মাত্ৰা ইমান বৃদ্ধি পাইছে। সমগ্ৰ অঞ্চলটোত যেন এক প্ৰকাৰৰ গৰমৰ আৱৰণ বা হিট ডোম সৃষ্টি হৈছে। আনকি দেশৰ ৰাজধানী দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহতো অহা কেইটামান দিনত তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে। এই অসহ্যকৰ গৰমৰ বাবে বিভিন্ন হাস্পতালত ৰোগীৰ সংখ্যাও বাঢ়িবলৈ ধৰিছে। বিশেষকৈ ৰ’দত কাম কৰা শ্ৰমিক, শিশু আৰু বৃদ্ধসকলৰ মাজত শৰীৰৰ পানী শুকাই যোৱা আৰু হিট ষ্ট্ৰোক হোৱাৰ দৰে সমস্যা দেখা গৈছে। প্ৰশাসনে সাধাৰণ ৰাইজক দুপৰীয়াৰ সময়ছোৱাত প্ৰয়োজন নহ’লে ঘৰৰ বাহিৰলৈ নোলাবলৈ আৰু শৰীৰ সুস্থ ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ পৰামৰ্শ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm
‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 21, 2026 8:02 pm
মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm
‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 21, 2026 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd