• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ প্ৰতিশ্ৰুতি অসাৰঃ ছুইছ বেংকত ৩০,৫০০ কোটি টকা জমা কৰিছে ভাৰতীয়ই

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 17, 2022 3:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ আগে আগে এইবুলি কৈছিল যে ছুইছ বেংকত ভাৰতীয়ই জমা কৰা ধন ওভোতাই অনা হ’ব আৰু সেই ধনৰ পৰাই ১৫ লাখকৈ টকা প্ৰতিজন ভাৰতীয়ক দিয়া হ’ব। কিন্তু এতিয়া সেই প্ৰতিশ্ৰুতি অসাৰ হৈ পৰিছে।

ইয়াৰ মাজতে ছুইছ বেংকত পুনৰ বৃদ্ধি পাইছে ভাৰতীয় লোকে জমা কৰা ধনৰ পৰিমাণ। বৈধ বা অবৈধ ভাবে বহু ভাৰতীয়ই ছুইছ বেংকত ধন জমা কৰি আহিছে। ভাৰত চৰকাৰে কিছু বছৰ আগতে বিষয়টোকলৈ মূৰ ঘমাইছিল যদিও এতিয়া সেই বিষয়ত তাপ মৰা পৰিলক্ষিত হৈছে।

Apply Now

শেহতীয়াকৈ চুইছ বেংকত ভাৰতীয়ৰ লোকে জমা কৰা ধনৰ পৰিমাণ ৫০ শতাংশ বৃদ্ধি হৈ ৩০,৫০০ কোটি টকা হৈছে।
এনে বৃদ্ধি ১৪ বছৰৰ ভিতৰত সৰ্বোচ্চ ।

বৃহস্পতিবাৰে ছুইছ বেংকে এই তথ্য প্ৰকাশ কৰিছে। ছুইছ বেংকত ধন জমা কৰা দেশ সমূহৰ ভিতৰত ভাৰত ১৫ সংখ্যক স্থানত থকাৰ লগতে চীন ২৪ সংখ্যক স্থানত আছে । সংযুক্ত আৰৱ গণৰাজ্য, অষ্ট্ৰেলিয়া, জাপান, ইটালী, স্পেইন, পানামা, চৌদি আৰৱ, মেক্সিকো, টাইৱান, লেবানন, তুৰ্কী, অষ্ট্ৰিয়া, আয়াৰলেণ্ড, গ্ৰীচ, বাৰ্মুডা, মাৰ্শ্বেল দ্বীপপুঞ্জ, লাইবেৰিয়া, বেলজিয়াম, মাল্টা, কানাডা, কানাডা, কাটাৰ, ইজিপ্ত, থাইলেণ্ড আৰু কুৱেইট আৰু জৰ্ডান আদি দেশসমূহৰ মানুহে ভাৰতীয়তকৈও বেছ পৰিমাণে ধন বংকটোত জমা কৰাৰ তথ্যও পোহৰলৈ আহিছে।

উল্লেখ্য ২০২০চনত কেৱল ভাৰতীয়সকলৰ জমা ধনৰ পৰিমাণ আছিল প্ৰায় ২০ হাজাৰ ৭০০কোটি টকা।

২০১৮চনৰ অন্তত ছুইছ বেংকত ভাৰতীয়সকলৰ জমা ধনৰ পৰিমাণ আছিল ১২,৬১৫কোটি টকা। সেয়া ২০১৯চনত একেঢাপে কমি হৈছিল ৬হাজাৰ ৬২৫কোটি টকা। কিন্তু ২০২০চনত হঠাতে বাঢ়িল গৈছিল জমা ধনৰ পৰিমাণ।

ছুইছ বেংকত ভাৰতীৰ জমা ধনৰ পৰিমান ২০০৬চনত সৰ্বাধিক আছিল যদিও সেয়া ২০১১, ২০১৩ আৰু ২০১৭চনক বাদ দি প্ৰতিবছৰে এই জমা ধনৰ পৰিমাণ হ্ৰাস পাইছিল।

কিন্তু এইবাৰ ভাৰতীয়ৰ জমা ধনৰ পৰিমাণে ৰেকৰ্ড গঢ়িলে। অৱশ্যে, এয়া ছুইছ বেংকৰ ভাৰতীয় শাখা তথা আন বিত্তীয় প্ৰতিষ্ঠান বা বিভিন্ন ধৰণৰ ট্ৰাষ্ট, বণ্ড, ছিকিউৰিটি মানি হিচাপে যি ধন ছুইছ বেংকত জমা হৈছে তাৰ হিচাপ অকল নগদ জমা ধন অৱশ্যে পূৰ্বৰ তুলনাত কমিছে।

আনহাতে, এই জমাৰ পৰিমাণটো দৰাচলতে চৰকাৰী হিচাপহে। ইয়াৰ উপৰি, ছদ্মনামত একাউন্ট বা ছদ্মনামত সংস্থাৰ জৰিয়তে অনৈতিকভাৱে বহু ভাৰতীয়ই ছুইছ বেংকত ধন জমা ৰাখে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd