• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত জুলাই পৰ্যন্ত অব্যাহত থাকিব ক’ভিড-১৯ ভেকচিনৰ নাটনি! কোনে ক’লে?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2021 5:02 pm
871
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ মুখ্য ক’ভিড ভেকচিন উৎপাদনকাৰী সংস্থা ছেৰাম ইনষ্টিউট অৱ ইণ্ডিয়াৰ (Serum Institute of India) মুৰব্বী আদাৰ পুনাৱালাই এক গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰিছে।

এক সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী, মুৰব্বীজনে কয় যে ভাৰতত জুলাই মাহ পৰ্যন্ত ক’ভিড-১৯ ভেকচিনৰ নাটনি অব্যাহত থাকিব।

তদুপৰি তেওঁ আশা কৰে যে জুলাই মাহত ভেকচিনৰ উৎপাদন বৃদ্ধি হ’ব।

এই বৃদ্ধিৰ পৰিমাণ সম্পৰ্কত তেওঁ কয় যে মাহেকত ৬০-৭০ মিলিয়ন ড’জৰ পৰা ১০০ মিলিয়ন ড’জপৰ্যন্ত হ’ব পাৰে।

১ মে’ত ভাৰতত সকলো প্ৰাপ্তবয়স্ক লোকৰ বাবে ভেকচিন প্ৰদান কৰাৰ কাৰ্যসূচী কেন্দ্ৰীয় চৰকাৰে হাতত লোৱাৰ পাছতে পুনাৱালাই এই মন্তব্য কৰিছে।

তেওঁ কয় যে ক’ভিড-১৯ৰ দ্বিতীয় ঢৌ সম্পৰ্কে জানুৱাৰী মাহত কোনোৱে ধাৰণা কৰিব পৰা নাছিল।

”সকলোৱে সঁচাসঁচিকৈ ভাবি লৈছিল যে ভাৰতে মহামাৰি উধাব পাৰিলে।”- তেওঁ কয়।

তেওঁ কয় যে যদি সেই সময়ছোৱাত ভেকচিনৰ চাহিদা বাঢ়িল হয়, তেনেহ’লে ভেকচিনৰ উৎপাদন বৃদ্ধি কৰিব পৰা গ’লহেঁতেন।

”আমি ভবা নাছিলো যে এবছৰত আমি ১ বিলিয়ন ড’জ প্ৰস্তুত কৰিব লাগিব।”- তেওঁ কয়।

উল্লেখযোগ্য যে ছেৰাম ইনষ্টিউটে অষ্ট্ৰজেনেকা (AstraZeneca) আৰু অক্সফ’ৰ্ড ইউনিভাৰ্চিটিয়ে প্ৰস্তুত কৰা ক’ভিড-১৯ ভেকচিনসমূহ উৎপাদন কৰি আহিছে।

শেহতীয়াকৈ, ভেকচিন নিৰ্মাণকাৰী সংস্থাটোৱে ভাৰতৰ বাহিৰৰ দেশসমূহতো ভেকচিন উৎপাদন কৰিবলৈ পৰিকল্পনা হাতত লৈছে।

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd