• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত কৰ’নাত নতুনকৈ ৭ জনৰ মৃত্যু; কোভিড আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে প্ৰায় ৩ হাজাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2025 12:58 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত আৰু অধিক বৃদ্ধি পালে কৰ’না আক্ৰান্তৰ সংখ্যা। ভাৰতত কোভিড আক্ৰান্তৰ সংখ্যা ২,৭১০ জনলৈ বৃদ্ধি পাইছে। দেশৰ ভিতৰতে সৰ্বাধিক কৰ’না আক্ৰান্ত লোকৰ সংখ্যা কেৰালাত। তাত আক্ৰান্ত লোকৰ সংখ্যা ১১৪৭ জন। সংক্ৰমণৰ সমান্তৰালকৈ মৃত্যুৰ সংখ্যাও উদ্বেগজনক। যোৱা ২৪ ঘন্টাত দেশত কৰ’নাত ৭ জন লোকৰ মৃত্যু হৈছে।

কৰ’নাৰ নতুন ঢৌত যি হাৰত সংক্ৰমিত লোকৰ সংখ্যা বাঢ়িছে, সেই হাৰত উদ্বেগো বিয়পি পৰিছে। যদিও চৰকাৰে আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি আশ্বাস দিছে।

Apply Now

জানিব পৰা মতে, কেৰালাৰ পাছত দেশৰ ভিতৰতে সৰ্বাধিক কৰ’না আক্ৰান্তৰ সংখ্যা মহাৰাষ্ট্ৰত। সেই ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা ৪২৪ জন। তাৰ পিছত দিল্লী। তাত আক্ৰান্ত লোকৰ সংখ্যা ২৯৪ জন।

গুজৰাটত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২২৩ জন। কৰ্ণাটক আৰু তামিলনাডুত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৪৮ জন। পশ্চিম বংগত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১১৬ জন।

যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত কৰ’নাৰ সংক্ৰমণৰ ফলত ২ জন লোকৰ মৃত্যু হৈছে, দিল্লী, গুজৰাট, কৰ্ণাটক, পঞ্জাৱ, তামিলনাডুত ১ জনকৈ লোকৰ মৃত্যু হৈছে।

কৰ’না সংক্ৰমণৰ পৰা হাত সাৰিবলৈ সকলোকে মাস্ক পৰিধান কৰাৰ লগতে ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। অৱশ্যে কৰ’নাক কেন্দ্ৰ কৰি অপ্ৰয়োজনীয়ভাৱে আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি কৈছে প্ৰশাসনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

August 24, 2026 5:37 pm
মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

August 24, 2026 5:28 pm
দৰিদ্ৰ পৰিয়াললৈ বছৰি ৩টা বিনামূলীয়া গেছ চিলিণ্ডাৰ, কিন্নৰ সকলৰ বাবে বিনামূলীয়া বাছ সেৱা : ঘোষণা বিজয়ৰ

দৰিদ্ৰ পৰিয়াললৈ বছৰি ৩টা বিনামূলীয়া গেছ চিলিণ্ডাৰ, কিন্নৰ সকলৰ বাবে বিনামূলীয়া বাছ সেৱা : ঘোষণা বিজয়ৰ

August 24, 2026 5:16 pm
ডুৰাণ্ড চেম্পিয়ন হৈ কি কি লাভ কৰিলে ইষ্টবেংগলে? কি কি পালে ৰানাৰ্ছ-আপ মোহনবাগানে…

ডুৰাণ্ড চেম্পিয়ন হৈ কি কি লাভ কৰিলে ইষ্টবেংগলে? কি কি পালে ৰানাৰ্ছ-আপ মোহনবাগানে…

August 24, 2026 4:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

August 24, 2026 5:37 pm
মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

August 24, 2026 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd