• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমীক্ষা: ভাৰতীয়সকলে আৰু বিচৰা নাই সন্তান! কোনখন ৰাজ্যত আটাইতকৈ কম শিশু জন্মৰ হাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2022 4:03 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

India’s fertility rate dropped ভাৰতীয়সকলৰ মাজত সামগ্ৰিক উৰ্বৰতাৰ হাৰ (জিএফআৰ) যোৱা দশকৰ তুলনাত ২০ শতাংশ হ্ৰাস পাইছে। জিএফআৰ হৈছে ১৫ ৰ পৰা ৪৯ বছৰ বয়সৰ প্ৰতি ১,০০০ মহিলাৰ শিশু উৎপাদনৰ হাৰ।

চেম্পল ৰেজিষ্টৰেশ্যন ছিষ্টেম-য়ে প্ৰদান কৰা তথ্য অনুসৰি, ২০০৮ চনৰ পৰা ২০১০ চনলৈ তিনি বছৰত ভাৰতৰ জিএফআৰ আছিল ৮৬.১শতাংশ, যিটো ২০১৮-২০ বৰ্ষৰ ভিতৰত ৬৮.৭ শতাংশলৈ হ্ৰাস পাইছে।

দেশৰ গ্ৰাম্য অঞ্চলত সামগ্ৰিক সামগ্ৰিক উৰ্বৰতাৰ হাৰ ২০.২ শতাংশ হ্ৰাস পাইছে আৰু চহৰাঞ্চলত জিএফআৰ ১৫.৬ শতাংশ হ্ৰাস পাইছে।

Apply Now

বিশেষজ্ঞসকলে দাবী কৰে যে জিএফআৰে দেশত জনসংখ্যাৰ ঘনত্বৰ অভাৱ সূচায় যিটো এই দেশৰ বাবে কিছু সকাহৰ বিষয়। মহিলাৰ ক্ষেত্ৰত অধিক বয়সত বিয়া পতা, অধ্যয়নৰ প্ৰতি তেওঁলোকৰ বৰ্ধিত আগ্ৰহ আৰু বজাৰত গৰ্ভনিৰোধকৰ বৃহৎ উপলব্ধতা – এই সকলোবোৰ কাৰকৰ ওপৰত জিএফআৰৰ তাৰতম্য বহুখিনি নিৰ্ভৰ কৰে।

২০১০ আৰু ২০২০ চনৰ ভিতৰত জম্মু আৰু কাশ্মীৰৰ জিএফআৰ ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত সৰ্বাধিক হ্ৰাস পাইছে (২৯.২)। দিল্লীত জিএফআৰ (২৮.৫), উত্তৰ প্ৰদেশত (২৪), ঝাৰখণ্ডত (২৪) আৰু ৰাজস্থানত (২৩.২)।

ভাৰতত মুঠ উৰ্বৰতাৰ হাৰ (টিএফআৰ) হৈছে ২। বিহাৰত  সৰ্বাধিক টিএফআৰ ৩। দিল্লী, তামিলনাডু আৰু পশ্চিম বংগত সৰ্বনিম্ন টিএফআৰ ১.৪।

দেশত জনসংখ্যা বৃদ্ধিয়ে আমাৰ দেশৰ দুৰ্দশাৰ প্ৰথম আৰু মুখ্য কাৰণ হিচাপে প্ৰায়েই আলোচনা হোৱা দেখা যায়। সেয়েহে, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সকলোকে কম সন্তান জন্ম দিবলৈ বাধ্য কৰিব পৰা এখন আইনৰ প্ৰয়োজন। শিশুৰ জন্মৰ হাৰ হ্ৰাস পালেই জনসংখ্যা হ্ৰাস হ’ব আৰু সুযোগ আৰু ভাল দিন ঘুৰি আহিব! হাতত কাষতে দাঙি ধৰা হয় চীনৰ উদাহৰণ।

সেয়ে, চেম্পল ৰেজিষ্টৰেশ্যন ছিষ্টেম-য়ে প্ৰদান কৰা এই তথ্যই দেশৰ বাবে অলপ সকাহ কঢ়িয়াই অনা বুলিয়েই ভাবে একাংশ লোকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd