• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডাঙৰ খৱৰ: কৰ’নাৰ প্ৰথমটো ভাৰতীয় ভেকচিন প্ৰস্তুত; জুলাইতে আৰম্ভ হ’ব মানৱ পৰীক্ষণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 30, 2020 8:03 am

2 min read

fi3ud0gk_covaxin_625x300_29_June_20 new
1.6k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ আতংক অব্যাহত থকাৰ মাজতে এটা ভাল খৱৰ। ভাৰতত কোভিড-১৯ৰ প্ৰখমটো ভেকচিন প্ৰস্তুত কৰি তোলা হৈছে।

ভাৰত বায়’টেক নামৰ কোম্পানীটোৱে কোভাক্সিন নামেৰে এই ভেকচিনটো প্ৰস্তুত কৰি তুলিছে।

ভাল খৱৰটো হৈছে যে এই ভেকচিনৰ মানৱ পৰীক্ষণৰ বাবে অনুমতি দিয়া হৈছে। সোমবাৰে ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অফ ইণ্ডিয়া (ডিচিজিআই)ই ভাৰত বায়’টেকক এই অনুমতি প্ৰদান কৰে।

ভাৰত বায়’টেক হায়দৰাবাদৰ এটা ফাৰ্মা কোম্পানী। কোম্পানীটোৱে ডিচিজিআইৰ পৰা মানৱ পৰীক্ষণৰ বাবে অনুমতি লাভ কৰাৰ কথা জানিবলৈ দিছে।

কোম্পানীটোৱে জানিবলৈ দিয়া মতে জুলাইৰ প্ৰথম সপ্তাহতে এই পৰীক্ষণ আৰম্ভ কৰা হ’ব।

ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ভাৰত বায়টেক পুৰণি অভিজ্ঞতা সম্পন্ন কোম্পানী।

ইয়াৰ পূৰ্বে কোম্পানীটোৱে প’লিঅ’,ৰেবিজ. ৰোটাভাইৰাছ, জাপানী এনকেফেলাইটিছ, চিকনগুনিয়া আৰু জিকা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰিছিল।

ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভাক্সিন প্ৰথমটো স্বদেশী ভেকচিন।

কোম্পানীটোৱে প্ৰি-ক্লিনিকেল ষ্টাডিজ আৰু হিউমেন ৰেছপন্সৰ প্ৰতিবেদন চৰকাৰৰ হাতত দাখিল কৰিছে।

ইয়াৰ পাছতে ডিচিজিআই আৰু স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ মানৱ পৰীক্ষণৰ অনুমতি দিয়ে।

এতিয়া জুলাই মাহতে গোটেই দেশতে এই ভেকচিনৰ মানৱ পৰীক্ষণ আৰম্ভ কৰা হ’ব।

কোভাক্সিনৰ সফল পৰীক্ষণ সম্পন্ন হ’লে ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দিশত এটা গুৰুত্বপূৰ্ণ উদ্ভাৱন হিচাপে পৰিগণিত হ’ব।

Tags: COVID-19

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd