• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতৰ প্ৰথটো কোভিড-১৯ ভেকচিনৰ পৰীক্ষণ আৰম্ভ; দিল্লী এইমছৰ এগৰাকী ৩০ বছৰীয়া স্বেচ্ছাসেৱকৰ দেহত প্ৰথম প্ৰয়োগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 24, 2020 8:34 pm

1 min read

ভাৰতৰ প্ৰথটো কোভিড-১৯ ভেকচিনৰ পৰীক্ষণ আৰম্ভ; দিল্লী এইমছৰ এগৰাকী ৩০ বছৰীয়া স্বেচ্ছাসেৱকৰ দেহত প্ৰথম প্ৰয়োগ
237
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ প্ৰথমটো কোভিড-১৯ ভেকচিন কোভাক্সিনৰ আজিৰ পৰা মানৱ দেহত পৰীক্ষণ আৰম্ভ হৈছে।

শুকুৰবাৰে দিল্লী এইমছৰ এগৰাকী ৩০ বছৰীয়া লোকৰ শৰীৰত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে এই ভেকচিন প্ৰয়োগ কৰা হয়।

ভাৰত বায়োটেক প্ৰতিষ্ঠানে ভাৰতীয় চিকিৎসা গৱেষণা কাউঞ্চিল (আইচিএমআৰ) আৰু নেশ্যনেল ইষ্টিটিউট অফ ভাইৰোলজিৰ সৈতে সন্মিলিত হৈ কোভাক্সিন নামৰ ভাৰতৰ প্ৰথমটো কোভিড প্ৰতিৰোধী ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে।

কোভাক্সিন ভেকচিনক অলপতে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মানৱ দেহত পৰীক্ষণৰ বাবে অনুমতি প্ৰদান কৰা হৈছিল।

আই চি এম আৰে ইতিমধ্যে দিল্লী এইমছৰ লগতে দেশৰ মুঠ ১২ খন চহৰক প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে চিহ্নিত কৰি উলিয়াইছে।

প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ সময়ত মুঠ ৩৭৫ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত এই কোভাক্সিন ভেকচিন বিধ প্ৰয়োগ কৰা হ’ব। এই ৩৭৫ গৰাকী স্বেচ্ছাসেৱকৰ ভিতৰত ১০০ গৰাকী স্বেচ্ছাসেৱক দিল্লী এইমছৰ।

দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণত দেশৰ ১২ খন চহৰৰ মুঠ ৭৫০ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত এই ভেকচিন পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা হ’ব।

দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত ১২ বছৰৰ পৰা ৬৫ বছৰৰ ভিতৰৰ লোকৰ শৰীৰত ভেকচিনৰ প্ৰয়োগ কৰা হ’ব বুলি জানিব পৰা গৈছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd