• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী চীন

ধোঁৱা চাঙত ‘আত্মনিৰ্ভৰ ভাৰত’! বৃদ্ধি পাইছে চীনৰ পৰা পণ্য সামগ্ৰী আমদানিৰ হাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2023 8:54 am
India's imports from China
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুবুৰীয়া প্ৰতিদ্বন্দী ৰাষ্ট্ৰ চীনৰ ওপৰত ক্ৰমশ: নিৰ্ভৰতা বৃদ্ধি পাইছে ভাৰতৰ। চীনৰ বিৰুদ্ধে সোচ্চাৰ হৈ দেশৰ জনসাধাৰণক চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনালেও কাৰ্যত: এইক্ষেত্ৰত নিজেই ব্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ। যাৰ পৰিণতিত ক্ৰমাৎ বৃদ্ধি পাইছে দেশলৈ চীনৰ পৰা পণ্য সামগ্ৰীৰ আমদানিৰ হাৰ।

এক বিশেষ তথ্যই শেহতীয়াকৈ পোহৰলৈ আনিছে ভাৰতবৰ্ষৰ চীন নিৰ্ভৰতাৰ কথা। এই তথ্য অনুসৰি চীনৰ পৰা পণ্য সামগ্ৰী আমদানি হাৰ পূৰ্বতকৈ বৃদ্ধি পাইছে ভাৰতৰ। ১০০ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছে ভাৰতৰ আমদানিৰ মূল্য।

Apply Now

মাত্ৰ এটা বৰ্ষতে চীনৰ পৰা ভাৰতৰ আমদানি হাৰ বৃদ্ধি পাইছে ২১ শতাংশ। ইয়াৰ বিপৰীতে চীনলৈ ভাৰতৰ ৰপ্তানি হাৰ হ্ৰাস হৈছে ১৭.৪৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ।

তথ্য অনুসৰি ২০২২ বৰ্ষত ভাৰত আৰু চীনৰ মাজত ১৩৫.৯৮ বিলিয়ন মাৰ্কিন ডলাৰ বাণিজ্য হৈছে। বৰ্ষটোত ভাৰতৰ আমদানিৰ মূল্যই ১০০ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছে। যিটো ভাৰতৰ ইতিহাসত প্ৰথম।

চীনৰ পৰা ভাৰতৰ পণ্য সামগ্ৰীৰ আমদানি মূল্য হৈছে ১১৮.৫ বিলিয়ন মাৰ্কিন ডলাৰ। অৰ্থাৎ প্ৰধানমন্ত্ৰী মোদীৰ দিনতে চীনৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা ক্ৰমশঃ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।

উল্লেখ্য যে ২০২১ বৰ্ষত ভাৰত আৰু চীনৰ মাজত ১২৫.৬ বিলিয়ন মাৰ্কিন ডলাৰ বাণিজ্য হৈছিল। ইয়াৰ ভিতৰত ভাৰতৰ আমদানিৰ পৰিমাণ আছিল ৯৭.৪ বিলিয়ন মাৰ্কিন ডলাৰ আৰু ৰপ্তানিৰ পৰিমাণ আছিল মাত্ৰ ২৮.১ বিলিয়ন মাৰ্কিন ডলাৰ।

কিন্তু ২০২২ বৰ্ষত ভাৰতৰ পৰা চীনলৈ ৰপ্তানিৰ পৰিমাণ উদ্বেগজনকভাৱে ১৭.৪৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ হ্ৰাস পাইছে। ২০২১ বৰ্ষত ভাৰতৰ পৰা চীনে আমদানি কৰা সামগ্ৰীৰ পৰিমাণ আছিল ২৮.১ বিলিয়ন মাৰ্কিন ডলাৰ।

প্ৰকাশিত এই তথ্যই অসাৰ প্ৰতিপন্ন কৰিছে প্ৰধানমন্ত্ৰী মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ শ্ল’গান। লগতে কেন্দ্ৰীয় চৰকাৰৰ বহুল চৰ্চিত “ভ’কেল ফৰ ল’কেল”, মেক ইন ইণ্ডিয়া শ্ল’গানকো ব্যৰ্থ প্ৰতিপন্ন কৰিছে এই তথ্যই।

স্মৰ্তব্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেক ইন ইণ্ডিয়াৰ শ্ল’গানেৰে বৰ্হিদেশৰ পৰা ৰপ্তানিকৃত সামগ্ৰীৰ ওপৰত দেশবাসীক নিৰ্ভৰশীল হোৱাতকৈ আত্মনিৰ্ভৰ হ’বলৈ আহ্বান জনাই আহিছে।

২০২২ বৰ্ষত লাডাখৰ গালৱান উপত্যকাত চীন আৰু ভাৰতীয় সৈন্যৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈছিল। সংঘৰ্ষত ভাৰতৰ ২০ জনকৈ ভাৰতীয় সেনাৰ মৃত্যু হৈছিল। এই সংঘৰ্ষৰ পাছতে ভাৰতে চীনৰ বিভিন্ন সামগ্ৰী বৰ্জন আৰু আমদানি বন্ধ কৰিবলৈ বিভিন্ন পক্ষৰ পৰা দাবী উত্থাপন হৈছিল।

আনকি ভাৰত চৰকাৰে চীনৰ ৮০ টাতকৈ অধিক এণ্ড্ৰয়দ এপছ নিষিদ্ধও কৰিছিল। মোদী চৰকাৰেও লাডাখ সংঘাতৰ পাছতে দেশবাসীক চীনৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আহ্বান জনাইছিল। আৰু ওপৰোক্ত শ্ল’গানসমূহেৰে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক নিৰ্ভৰশীল হোৱাৰ সপোন দেখুওৱাবলৈ অবিৰাম চেষ্টা কৰিছিল।

কিন্তু কাৰ্যতঃ প্ৰধানমন্ত্ৰী মোদীৰ এই প্ৰচেষ্টা বুমেৰাং হোৱাহে দেখা হৈছে! আত্মনিৰ্ভশীল হোৱাতকৈ চীনৰ ওপৰত অধিক নিৰ্ভশীল হৈছে ভাৰত!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd