DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাতো এন আৰ চিৰ বাবে দাবী উত্থাপন খিলঞ্জীয়া নেতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2019 12:17 pm
maxresdefault

ফাইল ফটো : য়ু টিউবৰ সৌজন্যত

5.2k
VIEWS
Share on FacebookShare on Twitter

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ(এন আৰ চি) চূড়ান্ত তালিকা প্ৰকাশৰ পাছত সমগ্ৰ দেশতে ই এক চৰ্চাৰ বিষয় হৈ পৰিছে।

ত্ৰিপুৰাৰ খিলঞ্জীয়া তিপ্ৰাছা সম্প্ৰদায়ৰ সদস্যৰে গঠিত এখন সমিতিয়ে দেওবাৰে তেওঁলোকৰ অধিকাৰ সুৰক্ষাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে।

প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়া ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি প্ৰদ্যুৎ দেববাৰ্মাই সংবিধানৰ ২৪৪ অনুচ্ছেদৰ অধীনত ত্ৰিপুৰাত কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যৰে এখন স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবী তোলে।

তেওঁ খিলঞ্জীয়া ৰোমান লিপিৰ ককবৰক ভাষাক সংবিধানৰ অষ্টম অনুসূচীৰ অধীনত অন্তৰ্ভুক্ত কৰি ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়সমূহত প্ৰৱৰ্তন কৰাৰো দাবী তোলে।

ত্ৰিপুৰাতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীত কৰাৰ দাবী তুলিছে দেববাৰ্মাই।

তেওঁ কয়,’’আমি কেন্দ্ৰৰ নাগৰিকত্ব সংশোধনী বিধেয়ক অনাৰ অভিপ্ৰায়ৰ বিৰোধিতা কৰি আহিছো। যদি সেয়া হয়, তেতিয়াহ’লে খিলঞ্জীয়া তিপ্ৰাছাসকলৰ বাবে কোনো ন্যায় নহ’ব।‘’

অসমত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতেই উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া সংগঠনসমূহ সজাগ হৈ পৰিছে।

আনহাতে, দেশৰ আন প্ৰান্ততো এন আৰ চিৰ প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখযোগ্য যে শনিবাৰে অসমত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছত দিল্লী বিজেপিৰ সভাপতিয়ে দিল্লীতো এন আৰ চিৰ দাবী উত্থাপন কৰিছে।

Recent News

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd