DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

উৰন্ত ইণ্ডিগ’ বিমানত যাত্ৰীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি: জৰুৰী অৱতৰণ ৰেঙ্গুনত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2023 3:33 pm
Flyers Drinking In IndiGo Plane
107
VIEWS
Share on FacebookShare on Twitter

থাইলেণ্ডৰ ৰাজধানী চহৰ বেংককৰ পৰা মুম্বাই অভিমুখী ইণ্ডিগ’ৰ এখন বিমানত চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে ম্যানমাৰৰ ৰেঙ্গুনত জৰুৰী অৱতৰণ কৰা হয়। অৱশ্যে বিমান পৰিচালকসকলৰ এনে পদক্ষেপৰ পিছতো দুৰ্ভাগ্যৱশত: প্ৰাণ হেৰুৱাবলগীয়া হয় যাত্ৰীগৰাকীয়ে।

এক বিবৃতি যোগে ইণ্ডিগ’ই এই বিষয়ে সদৰী কৰিছে। ইণ্ডিগ’ৰ বিবৃতি অনুসৰি যোৱা দেওবাৰে সংঘটিত হয় এই শোকাৱহ ঘটনা। এনে আকস্মিক কাৰণত বিমানখন ৰেঙ্গুন বন্দৰত জৰুৰীকালীন অৱতৰণ কৰে যদিও যাত্ৰীগৰাকীক বিমানবন্দৰৰ চিকিৎসা দলে পৰীক্ষা কৰি মৃত ঘোষণা কৰে।

চমু বিবৃতিটোত ইণ্ডিগ’ই কয়, “বেংককৰ পৰা মুম্বাইলৈ পৰিচালিত ইণ্ডিগ’ৰ 6E-57 বিমানখন চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে ৰেঙ্গুনলৈ যাত্ৰাপথৰ পৰিৱৰ্তন কৰা হৈছিল। দুৰ্ভাগ্যবশতঃ অৱতৰণৰ পিছত যাত্ৰীগৰাকীক বিমানবন্দৰৰ চিকিৎসা দলে মৃত ঘোষণা কৰিছিল।”

অৱশ্যে এই সন্দৰ্ভত আন কোনো তথ্য প্ৰকাশ কৰা নাই বিমান পৰিবহণ সংস্থাটোৱে। লক্ষণীয়ভাৱে চলিত মাহত ইণ্ডিগ’ৰ বিমানত দ্বিতীয়বাৰৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।

ইয়াৰ পূৰ্বে ১৭ মাৰ্চতো এগৰাকী যাত্ৰীৰ চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে ৰাঁচীৰ পৰা পুনে অভিমুখী ইণ্ডিগ’ৰ এখন বিমান নাগপুৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিছিল।

নাগপুৰ বিমানবন্দৰৰ পৰা যাত্ৰীগৰাকীক তাৎক্ষণিকভাৱে এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হৈছিল।

Recent News

World Environment Day 2023: জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায়

World Environment Day 2023: জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায়

World Environment Day 2023: বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাসে কি কয়? বিশ্ব পৰিৱেশ দিৱস-২০২৩ৰ বিষয়বস্তু কি?

World Environment Day 2023: বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাসে কি কয়? বিশ্ব পৰিৱেশ দিৱস-২০২৩ৰ বিষয়বস্তু কি?

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা :  পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা :  পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে

পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd