• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

নিৰ্ধাৰিত সময়ত হৈ নুঠিব ভাৰত-বাংলাদেশৰ মাজৰ প্ৰস্তাৱিত ৰে’ল প্ৰকল্প

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , February 20, 2019 6:26 pm

1 min read

নিৰ্ধাৰিত সময়ত হৈ নুঠিব ভাৰত-বাংলাদেশৰ মাজৰ প্ৰস্তাৱিত ৰে’ল প্ৰকল্প

ভাৰত-বাংলাদেশ ৰেল প্ৰকল্প

1k
VIEWS
Share on FacebookShare on Twitter

নিৰ্মানকাৰী সংস্থাই  মুখামুখি হোৱা কেতবোৰ সমস্যাৰ বাবে সময়মতে মুকলি নহ’ব প্ৰস্তাবিত ভাৰত-বাংলাদেশ ৰে’ল প্ৰকল্প।

সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি মঙলবাৰে আগৰতলাত বৈদেশিক মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব নমগ্য খাম্পাৰ নেতৃত্বত হোৱা ছয় জনীয়া সমিতিৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকত ভাৰত আৰু বাংলাদেশৰ মাজত হ’ব লগা ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰস্তাবিত আগৰতলা-আখাউৰা ৰে’ল প্ৰকল্পৰ সন্দৰ্ভত নিৰ্মানকাৰী সংস্থাই কাম চলি থকা কিছুমান অঞ্চলত মুখামুখি হোৱা সমস্যাৰ বিষয়ে সমিতিখনৰ আগত অৱগত কৰে।

বৈঠকত অংশগ্ৰহণ কৰা এজন বিষয়াই উল্লেখ কৰা অনুসৰি ভূমিৰ সমস্যা এই ক্ষেত্ৰত মূল সমস্যা হিচাপে দেখা দিছে কাৰণ নিৰ্মান কাৰ্য্য আৰম্ভ হোৱাৰ পূৰ্বে বহু লোকে সেই অঞ্চল সমূহত নিজৰ ঘৰ সাজিছে।

উল্লেখযোগ্য যে, বৈঠকৰ অন্তত বৈদেশিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা নিৰ্মানকাৰী সংস্থা ইৰক’নক ৰে’ল পথ নিৰ্মানৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দি প্ৰয়োজন হ’লে অতিৰিক্ত ধন মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে। আনহাতে ভূমি সংক্ৰান্তীয় বিষয় সমূহ নিষ্পত্তি কৰাৰ বাবে ৰাজ্য চৰকাৰক শীঘ্ৰে সিদ্ধান্ত ল’বলৈ আহ্বান জনাইছে মন্ত্ৰ্যালয়ে।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd