DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আঁতৰা নাই লাডাখ সংকটঃ অহা সপ্তাহত চীনৰ সৈতে পুনৰ আলোচনাত বহিব ভাৰত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2020 10:03 am
arun_170620.pla
11.9k
VIEWS
Share on FacebookShare on Twitter

পূৱ লাডাখত চীনৰ সেনাই আক্ৰমণ চলাই ২০ জনকৈ ভাৰতীয় সেনাৰ প্ৰাণ কাঢ়ি নিয়া ঘটনাৰ উত্তেজনা এতিয়াও মাৰ যোৱা নাই। চীনা সেনাৰ আক্ৰমণৰ বিৰুদ্ধে বিশ্ব জুৰি প্ৰতিক্ৰিয়া হোৱাৰ পৰিপ্ৰেক্ষিততে চীনে সীমান্তৰ পৰা সেনা আঁতৰাই নিবলৈ আৰম্ভ কৰিছিল যদিও এতিয়াও হাজাৰ হাজাৰ চীনা সেনাই সীমান্তত অৱস্থান গ্ৰহণ কৰি আছে।

এনে পৰিস্থিতিত চীনৰ সৈতে ভাৰতে পুনৰ অহা সপ্তাহত কামাণ্ডাৰ পৰ্যায়ৰ বৈঠকত অংশ গ্ৰহণ কৰিব।

ভাৰতীয় সেনাৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৈঠকৰ দিন শীঘ্ৰে স্থিৰ কৰা হ’ব। চীনে লাডাখ সীমান্তৰ ফিংগাৰ ৪ৰ পৰা পূব দিশলৈ ফিংগাৰ ৫লৈ সেনা আঁতৰাই নিছে যদিও এতিয়াও ফিংগাৰ ৮ৰ পৰা সেনা আঁতৰ কৰা নাই।

ইয়াৰ ফলত এতিয়াও সীমান্তত উত্তেজনাই বিৰাজ কৰিছে।

চীনা সেনাই বহু বাহন ফিংগাৰ ৪ৰৰ পৰা আজিৰ দিনটোতো আঁতৰাই নিয়া দেখা গৈছে। উল্লেখ্য  লাডাখ সংকটক লৈ চীনৰ সৈতে ভাৰতৰ এতিয়ালৈকে  কামাণ্ডাৰ পৰ্যায়ৰ তিনি লানি  আলোচনা হৈছে।

এই আলোচলাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছে সেনাৰ শীর্ষ বিষয়া হৰিন্দৰ সিঙে। চীনৰ হৈ আলোচনাত ভাগ লৈছে লিউ লিনে।

Recent News

Sharjeel Imam

কা বিৰোধী প্ৰতিবাদৰ গোচৰত শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা আদালতৰ

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd