• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লাডাখৰ ভাৰত-চীন সীমান্তত এতিয়াও শাম কটা নাই উত্তেজনা : অব্যাহত আছে সেনাৰ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 11, 2020 6:54 am
index
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখৰ প্ৰকৃত নিয়্ন্ত্ৰণ ৰেখাৰ তিনি ঠাইৰ পৰা ভাৰত আৰু চীন দুই দেশে সেনা প্ৰত্যাহাৰ কৰিলেও সীমান্তৰ উত্তেজনা এতিয়াও শাম কটা নাই।

নতুন দিল্লীৰ মতে সীমান্তৰ উত্তেজনা শাম কটাবলৈ দুই দেশে আৰু অধিক সেনা প্ৰত্যাহাৰ কৰা উচিত।

Apply Now

চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মিৰ সৈতে অব্যাত থকা সেনাৰ বৈঠকত ভাৰতীয় সেনাই মূলত এই বিষয়টোতে জোৰ দিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, যোৱা বুধবাৰৰ পৰা দুই দেশৰ সেনাৰ মাজত বৈঠক আৰম্ভ হৈছে আৰু এই বৈঠক ১০ দিন ধৰি চলাৰ কথা।

সীমান্তৰ উত্তেজনা প্ৰশমন কৰিবলৈ দুই দেশৰ সেনাই বিশেষ উদ্যোগ লোৱা দেখা গৈছে।

গলৱান উপত্যকাসহ একাধিক অঞ্চলৰ পৰা দুই দেশে বহু কিলোমিটাৰ নিলগলৈ নিজ নিজ দেশৰ সেনাবাহিনী উভতাই নিছে।

দুই দেশৰ বেটেলিয়ন বিগ্ৰেড ও মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠকত ভাৰতে সেনা প্ৰত্যাহাৰ কৰাত বেছি গুৰুত্ব প্ৰদান কৰিছে।

যদি বেইজিং সন্মত হয় তেনে এল অ’ চিৰ পৰা দুই দেশে প্ৰায় ১০ হাজাৰ সেনা প্ৰত্যাহাৰ কৰি উত্তেজনা প্ৰশমন কৰিব পৰা যাব। ভাৰতীয় সেনা সূত্ৰত প্ৰকাশ।

বৈঠকত চীনে সীমান্তত কামান আৰু টেংক মোতায়েন কৰা বিষয়টোতো গুৰুত্ব দিছে ভাৰতীয় সেনাই।

সংবাদ প্ৰতিষ্ঠান এন আই এ-এ প্ৰকাশ কৰা এক চৰকাৰী সূত্ৰৰ মতে লাডাখৰ পৰা দুই পক্ষই সেনা প্ৰত্যাহাৰ কৰাৰ আৰম্ভ কৰিছে।

কিন্তু এল অ’ চিৰ বিভিন্ন এলেকাত চীনে ১০ হাজাৰৰো অধিক সেনাৰ লগতে গোলা-বাৰুদ, কামান-টেংকসহ সৈন্যবাহিনীৰ গাড়ী মোতায়েন কৰি ৰাখিছে। এই সকলোবোৰ প্ৰত্যাহাৰ দাবী তুলিছে নতুন দিল্লীয়ে।

নতুন দিল্লীয়ে সীমান্তত বিপুল সংখ্যক সেনা মোতায়েন কৰাৰ চীনৰ কৌশলৰ ওপৰতো নজৰ ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, সীমান্তত চীনে ফাইটাৰ জেট বিমান পৰ্যন্ত মোতায়েন কৰাৰ বুলিও ভাৰতে দাবী কৰিছে।

আনকি তিব্বতৰ গাৰি গুনশা বিমানকোঠত চীনে বোমাৰু বিমান সষ্টম কৰি ৰখাৰ ছবিয়ো কৃত্ৰিম উপগ্ৰহত ধৰা পৰিছে বুলি ভাৰতে দাবী কৰিছে।

মে’ মাহৰ আৰম্ভণিৰ পৰাই ছিকিমৰ পৰা লাডাখলৈ বহু ঠাইত চীনে এল অ’ চিৰ লংঘন কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

আনকি ভাৰতীয় সেনাই চীনা সেনাক বাধা প্ৰদান কৰাত দুই পক্ষৰ মাজত হতাহতি হোৱাৰো খবৰ আহিছিল।

ইয়াৰ পিছতে গলৱান উপত্যকা, পাংগংতটসহ সীমান্তৰ একাধিক অঞ্চলত চীনে সেনা মোতায়েন কৰে। আৰু দুই দেশৰ মাজৰ সীমান্তত উত্তেজনাই বিৰাজ কৰে।

এই উত্তেজনা প্ৰশমন কৰাৰ বাবে নতুন দিল্লী আৰু বেইজিং দুই পক্ষই সক্ৰিয় উঠে আৰু যোৱা ৬ জুনত দুই দেশৰ মাজত কূটনৈতিকভাৱে সেনাৰ কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd