• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছিকিমৰ সীমান্তত চীনা সৈন্যৰ সৈতে সন্মুখ সমৰত ভাৰতীয় সেনা; আহত দুইপক্ষৰ জোৱান

NE NOW NEWS এন ই নাও নিউজ
গেংটক , May 10, 2020 1:13 pm

1 min read

Indian-Chinese-Soldiers-1

ছিকিমৰ ভাৰত-চীন সীমান্ত। ফটো: newstree.comৰ সৌজন্যত

5.6k
VIEWS
Share on FacebookShare on Twitter

ছিকিমৰ সীমান্তত ভাৰতীয় আৰু চীনৰ সেনা জোৱান মুখামুখি সংঘৰ্ষত লিপ্ত হোৱাৰ বাতৰি পোৱা গৈছে।

এই সংঘৰ্ষত দুয়ো পক্ষৰ জোৱানে সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি কোৱা হৈছে।

সেনাৰ সূত্ৰই দেওবাৰে প্ৰকাশ কৰা মতে উত্তৰ ছিকিমৰ নাকুলা অঞ্চলত ভাৰতীয় আৰু চীনা সেনাৰ মাজত অলপতে মুখামুখি সংঘৰ্ষৰ ফলতদুই পক্ষৰে জোৱান সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হৈছে।

তাৰ মাজতে ভাৰতীয় আৰু চীনা সেনা আক্ৰমণাত্মক হৈ উঠে যাৰ ফলত কেইজনমান জোৱান আঘাতপ্ৰাপ্ত হয়।

অৱশ্যে,পাছত স্থানীয় পৰ্যায়ত হোৱা আলোচনাৰ পাছত সেনাদলক অঁতৰাই পঠোৱা হয়।

সাধাৰণতে সীমা বিবাদ চলি থকাৰ বাবে ভাৰতীয় আৰু চীনৰ সেনাৰ জোৱানৰ মাজত মাজে সময়ে এনে বিক্ষিপ্ত ঘটনা সংঘটিত হৈয়ে থাকে।

পাছত সেনাৰ জোৱানসকলে এনেধৰণৰ বিষয়বোৰ নিৰ্দ্ধাৰিত প্ৰট’কলৰ আধাৰত বুজাবুজিৰে নিষ্পত্তি কৰি লয়।

আনহাতে, এইবাৰ দীৰ্ঘ বিৰতিৰ অন্তত এনে ঘটনা সংঘটিত হৈছে।

উল্লেখযোগ্য যে চীনে জম্মু-কাশ্মীৰ সম্পৰ্কত মন্তব্য কৰিবলৈ এতিয়াও এৰা নাই। অলপতে ৰাষ্ট্ৰসংঘত চীনে এই সন্দৰ্ভত কৰা মন্তব্য ভাৰতে নাকচ কৰিছিল।

ইপিনে, চীনৰ সেনাই প্ৰায়েই লাডাখ আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত উত্তেজনাৰ সৃষ্টি কৰি আহিছে।

এইবাৰ পুনৰ দুয়োখন দেশৰ সেনাৰ মাজত উত্তেজনা সৃষ্টিৰ খৱৰ সন্মুখলৈ আহিছে।

Recent News

a subhra

চিবিআই—এ গ্ৰেপ্তাৰ কৰিলে বংগৰ এইগৰাকী অভিনেত্ৰীক, কিন্তু কিয়?

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd