• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্কশ্বীট দিয়াত বিলম্ব! মৃত্যুক সাৱটিলে ছাত্ৰই পেট্ৰ’ল ঢালি জ্বলাই দিয়া ইন্দোৰৰ মহিলা অধ্যক্ষই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2023 1:38 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰীক্ষাৰ মাৰ্কশ্বীট হাতত পোৱাত পলম হৈছিল। সেয়েহে ২৪ বছৰীয়া আশুতোষ শ্ৰীবাস্তৱে তেওঁৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ গাত পেট্ৰ’ল ঢালি জুই লগাই দিছিল। ঘটনাটো সোমবাৰে ইন্দোৰৰ চিমৰোল অঞ্চলৰ ওচৰত সংঘটিত হৈছিল। অধ্যক্ষ বিমুক্তা শৰ্মাক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু শৰীৰৰ ৯০ শতাংশ জ্বলি যোৱাৰ বাবে বিমুক্তাই অৱশেষত মৃত্যুৰ সৈতে যুঁজত হাৰ মানিলে। শনিবাৰে পুৱা প্ৰায় ৪ বজাত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বিমুক্তাই সোমবাৰে মহাবিদ্যালয় এৰি ঘৰলৈ যাবলৈ তেওঁৰ গাড়ীৰ ফালে গৈ আছিল। সেই মুহূৰ্তত, আশুতোষে অধ্যক্ষৰ গাতপেট্ৰ’ল ঢালি জ্বলাই দিছিল।

আশুতোষ বিএম ফাৰ্মাচী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল। তেওঁ নিজেই দাবী কৰিছিল যে মাৰ্কশ্বীট দিয়াত পলম হোৱাৰ বাবে তেওঁ খঙত অধ্যক্ষক জ্বলাই হত্যা কৰিব বিচাৰিছিল। মহাবিদ্যালয়ৰ আন সহকৰ্মীসকলে ঘটনাটো লক্ষ্য কৰি তেওঁলোকে লগে লগে বিমুক্তাক ওচৰৰ এখন চিকিৎসালয়লৈ লৈ গৈছিল।

Apply Now

বিমুক্তাক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ অৱস্থা সংকটজনক আছিল।

ঘটনাটো মধ্য প্ৰদেশৰ ইন্দোৰৰ চিমৰোল আৰক্ষী থানা এলেকাত সংঘটিত হৈছিল। অভিযুক্ত ছাত্ৰজনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে কিছুদিনৰ পৰাই অধ্যক্ষ আৰু ছাত্ৰজনৰ মাজত বিবাদ চলি আছিল। সোমবাৰে দুয়োৰে মাজত বাক-বিতণ্ডা হৈছিল। কলেজ শেষ কৰাৰ পিছত তেওঁ গাড়ীত বহি ঘৰলৈ গৈ আছিল। অভিযুক্তই তেতিয়া তেওঁক আক্ৰমণ কৰে আৰু বটলৰ পৰা পেট্ৰ’ল ছটিয়াই দি তেওঁৰ গাত জুই লগাই দিছিল।

গাড়ী আৰু পেট্ৰ’লৰ বাবে দ্ৰুতগতিত জুই লাগিছিল। উপস্থিত লোকসকলে জুই নুমুৱাবলৈ চেষ্টা কৰিছিল যদিও তেতিয়ালৈকে বহু পলম হৈ গৈছিল। অধ্যক্ষৰ শৰীৰৰ ৯০ শতাংশতকৈও অধিক জ্বলি গৈছিল। আন শিক্ষাৰ্থীৰ সহায়ত অভিযুক্তক কৰায়ত্ত কৰি আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰা হৈছিল।

অভিযুক্তজনে দাবী কৰিছিল যে তেওঁ মহাবিদ্যালয়ত বি.ফাৰ্মা অধ্যয়ন কৰিছিল আৰু যোৱা বছৰ জুলাইত তেওঁৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও তেওঁৰ মাৰ্কশ্বীট দিয়া হোৱা নাছিল।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে শ্ৰীবাস্তৱে একেটা বিবাদৰ বাবে চাৰি মাহ পূৰ্বে মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকক চুৰিৰে আক্ৰমণ কৰিছিল যাৰ ফলত অধ্যাপৰগৰাকী সামান্য আঘাতপ্ৰাপ্ত হৈছিল।

আৰক্ষীয়ে জনাইছে যে শ্ৰীবাস্তৱ চুবুৰীয়া উজ্জয়িনী জিলাৰ বাসিন্দা। ঘটনাটোত শ্ৰীবাস্তৱৰ হাতো জ্বলিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

August 4, 2026 10:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd