• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পেটৰ বিষৰ তীব্ৰ যন্ত্ৰণা, কাৰণ ওলাল ১৫ কিলো ওজনৰ টিউমাৰ! চিকিৎসকৰ বৃহৎ সফলতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2023 6:03 pm
15kg Tumour In Woman
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীব্র পেটৰ বিষৰ যন্ত্ৰণাত কাতৰ এগৰাকী মহিলা বিষৰ উপশম বিচাৰি কাষ চাপিছিল চিকিৎসকৰ। পৰীক্ষা-নিৰীক্ষাৰ অন্তত চিকিৎসালয়ৰ চিকিৎসকসকলে বিচাৰি ওলিয়ালে পেটৰ বিষৰ কাৰণ আৰু মাৰাথান চিকিৎসাৰ অন্তত ৰোগীগৰাকীৰ পেটৰ পৰা উলিয়াই আনিলে ১৫ কেজি ওজনৰ টিউমাৰ।

এই চাঞ্চল্যকৰ খবৰ ভাৰতৰে ইন্দোৰৰ। ইনডেক্স হাস্পতাল নামৰ চিকিৎসালয়খনৰ চিকিৎসকসকলে অশেষ পাৰদৰ্শিতাৰে লাভ কৰিছে এই বৃহৎ সফলতা। ডজনৰো অধিক চিকিৎসক আৰু সহায়ক কৰ্মচাৰীৰ সৈতে জড়িত এটা দলে দুঘণ্টাৰ অধিক সময়ৰ অস্ত্ৰোপচাৰৰ অন্তত লাভ কৰে এই সফলতা।

Apply Now

৪১ বছৰীয়া মহিলাগৰাকীৰ পেটৰ পৰা এই বিশাল আকৃতিৰ টিউমাৰ উলিয়াই অনা অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ দলটোৰ অন্যতম সদস্য ডাঃ অতুল ব্যাস নামৰ চিকিৎসকগৰাকীয়ে এই সন্দৰ্ভত কয় যে, টিউমাৰটো বিশাল হোৱাৰ বাবে খাদ্য খোৱাৰ সময়ত তদা খোজ কঢ়াৰ সময়তো ৰোগী যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছিল।

তেওঁৰ এই সমস্যা দূৰ কৰাৰ বাবে এই কঠিন চিকিৎসা পদ্ধতি সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি চিকিৎসক ব্যাসে লগতে উল্লেখ কৰে। তেওঁ কয় যে চিকিৎসাৰ সময়ত যিকোনো সৰু এটা ভুলেই মাৰাত্মক হৈ উঠিলহেঁতেন। সেয়েহে অস্ত্ৰোপচাৰ কৰাৰ সময়ত দলটো অত্যন্ত সাৱধান হ’বলগীয়া হৈছিল।

টিউমাৰটোৱে ৰোগীৰ দেহৰ বহু স্নায়ু আবৰি ধৰিছিল আৰু সেয়ে চিকিৎসকে পৰিস্থিতি অত্যন্ত সুক্ষ্মভাৱে চম্ভালিবলগীয়া হৈছিল বুলিও চিকিৎসকগৰাকীয়ে মন্তব্য কৰে। লক্ষণীয়ভাৱে, মহিলাগৰাকীৰ ওজন আছিল ৪৯ কিলোগ্ৰাম আৰু ভিতৰত তেওঁ কঢ়িয়াই ফুৰিছিল ১৫ কিলোগ্ৰাম ওজনৰ এই বৃহৎ টিউমাৰ।

এই বৃহদাকাৰ টিউমাৰটোৰ ফলত মহিলাগৰাকীৰ পেট ফুলি উঠিছিল। ইফালে চিকিৎসকৰ ভাষ্য মতে, টিউমাৰটো খুব সোনকালেই ফুটি যোৱাৰ সম্ভাৱনা আছিল। ই ৰোগীৰ জীৱনৰ বাবে বিপদজনক হ’লহেঁতেন বুলিও তেওঁলোকে লগতে কয়। অৱশ্যে অস্ত্ৰোপচাৰৰ অন্তত তেওঁ এতিয়া সংকটমুক্ত বুলি চিকিৎসকে লগতে জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd