• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘মই পদ্মশ্ৰী পোৱা উচিত’, মন্তব্য শ্বীনা বৰাৰ হত্যাৰ অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2024 7:57 am
1.3k
VIEWS
Share on FacebookShare on Twitter

২০১৫ চনত এক ব্যক্তিগত সংবাদ মাধ্যমৰ মুৰব্বী ইন্দ্ৰাণী মুখাৰ্জীক গ্ৰেপ্তাৰৰ ঘটনাত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছিল। তেওঁৰ বিৰুদ্ধে নিজৰ কন্যা শ্বীনা বৰাক হত্যা কৰাৰ অভিযোগ উঠিছিল। অৱশ্যে ২০২২ চনত তেওঁ জামিন লাভ কৰে।

শেহতীয়াকৈ এই ঘটনাৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰ ‘ইন্দ্ৰাণী মুখাৰ্জী ষ্টৰী: দ্য বাৰিড ট্ৰুথ’য়ে অ’টিটিৰ মঞ্চত জোকাৰণি তুলিছে। এনে অৱস্থাত ইন্দ্ৰানীয়ে তেওঁক পদ্মশ্ৰী দিয়া উচিত বুলি কোৱাও শুনা গ’ল। যদিও তেওঁ এই কথা শ্লেষ হিচাপে ব্যৱহাৰ কৰিছিল।

ইন্দ্ৰানীয়ে এক অনুষ্ঠানত অংশ লৈছিল। তাত তেওঁৰ ওপৰত হোৱা ‘মিডিয়া ট্ৰায়েল’ৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, “সেই সময়ত ইয়াক (শ্বীনা বৰা হত্যাকাণ্ড) লৈ বহুত `হাইপ’ হৈছিল। মিডিয়া ট্ৰায়েলৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ মোৰ বিষয়ে নিৰ্মিত তথ্যচিত্ৰৰ পৰা বহুতে টকা উপাৰ্জন কৰিছে। কেৱল প্ৰডাকচন হাউচেই নহয়, মিমৰ পৰাও। হয়তো মই সংবাদ মাধ্যমক এটা ‘হট টপিক’ দিছো। তাৰ ফলস্বৰূপে মই দেশৰ অৰ্থনীতিত অৰিহণা যোগাবলৈ সক্ষম হৈছো। আৰু সেইবাবে মই পদ্মশ্ৰী পোৱা উচিত।” কথাখিনি কোৱাৰ লগে লগে তেওঁ হাঁহিও দিলে।

লগতে পঢ়কঃ দেশৰ ৬০ শতাংশ বিবাহিত পুৰুষ-মহিলাই পৰকীয়াত আসক্ত! চাঞ্চল্যকৰ তথ্য সমীক্ষাত

শেহতীয়াকৈ ইন্দ্ৰানীক লৈ নিৰ্মিত তথ্যচিত্ৰখন  মুক্তি লাভ কৰিছে। ছবিখন মুক্তিৰ পূৰ্বে আইনী সমস্যাত পৰিছিল। পিছলৈ ইয়াক নেটফ্লিক্সৰ পৰ্দাত মুক্তি দিয়া হয়।  তাৰ পিছত এই তথ্যচিত্ৰখন চৰ্চিত হৈ পৰিছে। তাত ইন্দ্ৰানীয়ে আত্মপক্ষৰ সমৰ্থনত বহু কথা কৈছে । তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পূৰ্ণ মিছা বুলিও দাবী কৰিছে ইন্দ্ৰাণীয়ে। 

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd