• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চতুর্থবাৰৰ বাবে নাকচ কৰা হ’ল ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন আবেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2019 11:59 am
2-39-1140x570

ইন্দ্ৰাণী মুখাৰ্জী। ফাইল ফটো

3.3k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)ৰ এখন বিশেষ আদালতে শুকুৰবাৰে নিজ কন্যা শ্বীনা বৰাৰ হত্যাৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন আবেদন চতুৰ্থবাৰৰ বাবে নাকচ কৰে।

বাতৰি অনুসৰি, নিজৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটা বুলি দাবী কৰি ইন্দ্ৰাণীয়ে জামিন বিচাৰিছিল।

আনহাতে, আদালতে তেওঁৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু যোৱা ২০১৮ৰ ৩ নৱেম্বৰত স্বাস্থ্যজনিত কাৰণতে দাখিল কৰা জামিন আবেদন নাকচ হোৱাৰ পাছত পৰিস্থিতিৰ কোনো সলনি হোৱা নাই বুলি কয়।

আদালতে লগতে কয় যে প্ৰকৃততে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি দেখুৱাই তেওঁ নিজেই আবেদনখন লিখিছিল।

বৰ্তমানলৈকে ইন্দ্ৰাণীয়ে চাৰিখন জামিন আবেদন দাখিল কৰিছে আৰু সকলোকেইখনতে কাৰাগাৰত স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটা বুলি কাৰণ দৰ্শাইছিল।

শেষবাৰৰ বাবে তেওঁ যোৱা এপ্ৰিলত এক স্নায়ুৰোগৰ জটিলতাত ভোগাৰ পাছত জামিন আবেদন দাখিল কৰিছিল।

তেওঁ অভিযোগ কৰে যে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু কাৰাগাৰ কৰ্তৃপক্ষই প্ৰায় এবছৰ ধৰি তেওঁক চিকিৎসাজনিত পৰীক্ষা কৰোৱাবলৈ নিয়াত ব্যৰ্থ হৈছে।

ইন্দ্ৰাণীয়ে প্ৰথমতে নিজেই যুক্তি দাঙি ধৰে যদিও পাছত তেওঁৰ অধিবক্তা তনভীৰ আহমেদে তেওঁৰ হৈ প্ৰতিনিধিত্ব কৰে।

চিবিআইয়ে তেওঁৰ জামিন আবেদনত আপত্তি দৰ্শাই আৰু ইয়াৰ অধিবক্তা মনোজ চলাদনে কয় যে যোৱা ছেপ্টেম্বৰত চাৰ জে জে হাস্পাতলৰ পৰা চিকিৎসা প্ৰতিবেদন দাখিল কৰি তেওঁ দাখিল কৰা জামিন আবেদন নাকচ হোৱাৰ পাছত তেওঁৰ অৱস্থাৰ কোনো সলনি হোৱা নাই।

তেওঁলোকে দাখিল কৰা যুক্তি অনুসৰি ২০১৮ৰ ছেপ্টেম্বৰৰ পৰা কোনো নতুন ৰিপ’ৰ্ট নাই য’ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটা বা জটিল অৱস্থাৰ কথা কোৱা হৈছে।

চলাদনে আবেদন জনায় যে যদিহে তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ কোনো সলনি হৈছে কেৱল তেতিয়াহে তেওঁৰ আৰ্জি বিবেচনা কৰিব পাৰে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd