• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তন্ত্ৰৰ ফান্দত পৰি জ্যোতিষীৰ কামনাৰ বলি ৫৮ গৰাকী গৃহিণী! গ্ৰেপ্তাৰ নাচিকৰ ‘কেপ্তেইন’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2026 11:20 am
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ নিজকে ‘কেপ্তেইন’ বুলি কয়। জ্যোতিষী হিচাপে তেওঁ পৰিচয় গঢ়ি তুলিছিল। কিন্তু জ্যোতিষ চৰ্চাৰ নামত ফান্দত পেলাই ইজনীৰ পিছত সিজনী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অশোক খাৰাত নামৰ ব্যক্তিজন। মহাৰাষ্ট্ৰৰ নাচিকত সংঘটিত এই ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।

আৰক্ষীৰ দাবী, ৬৭ বছৰীয়া অশোকে নিজকে অৱসৰপ্ৰাপ্ত নৌসেনাৰ বিষয়া বুলি দাবী কৰিছিল। সেইবাবেই তেওঁ নিজকে ‘কেপ্তেইন’ বুলি পৰিচয় দিয়ে। তেওঁ মহিলাসকলক ব্যক্তিগত সমস্যা সমাধান কৰি দিয়াৰ দাবী কৰি তেওঁলোকক নিজৰ অফিচলৈ মাতি আনিছিল।

Apply Now

অভিযোগ কৰা হৈছে যে তেওঁ হয়তো তেওঁলোকক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই ধৰ্ষণ কৰিছিল। তদুপৰি ঘৰটোত লগোৱা চিচিটিভি কেমেৰাত সকলো ৰেকৰ্ড কৰা হৈছিল। আৰক্ষীয়ে তালাচী চলাই এটা পেন ড্ৰাইভ উদ্ধাৰ কৰে। কোৱা হৈছে যে ৫৮ গৰাকী মহিলাৰ সৈতে জ্যোতিষী বাবাজীৰ ‘অপকৰ্ম’ তাত আবদ্ধ হৈ আছে।

আৰক্ষীয়ে জনোৱা মতে, তদন্তকাৰীয়ে ইতিমধ্যে নাচিকস্থিত অশোকৰ ফাৰ্ম হাউচত ফান্দ পাতিছিল। তেওঁলোকৰ উদ্দেশ্য আছিল জ্যোতিষীজনক হাতেলোটে ধৰা। হঠাৎ ৰাতিৰ আন্ধাৰত ‘চোৰ, চোৰ’ৰ চিঞৰ এটা শুনা গ’ল। আচলতে সেয়া আছিল আৰক্ষীৰ ‘ফান্দ’। আৰু তাৰ পিছত সেই চিঞৰ-বাখৰৰ মাজতে অশোকৰ ঘৰত সোমাই আহিল আৰক্ষীৰ দল।

তাৰ পিছত তেওঁলোক পোনে পোনে শোৱনি কোঠা পালে। হাতেলোটে ধৰা পৰিল অভিযুক্ত। জনা গৈছে যে অশোকৰ বহু সম্পত্তি আছে। তেওঁ কেইবাটাও মন্দিৰো নিৰ্মাণ কৰিছে। সকলোতে অনুসন্ধান চলোৱা হৈছে।

এনে ঘটনাক লৈ মহাৰাষ্ট্ৰত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, জ্যোতিষীগৰাকীৰ ঘৰত আগতে বহু ৰাজনীতিবিদ আহিছিল। তাক লৈ বিতৰ্ক আৰম্ভ হৈছে। শিৱসেনাৰ উদ্ধৱ শিবিৰৰ দাবী যে এই বিষয়ত যেন মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীয়ে মুখ খোলে। এই কথাও জনা যায় যে চেলিব্ৰিটি বা বিখ্যাত ব্যৱসায়ীসকলো ‘কেপ্তেইন’ৰ ক্লায়েণ্ট আছিল। সমগ্ৰ বিষয়টোৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am
৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

August 13, 2026 8:54 am
গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd