• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগন্তুক বিধানসভাৰ অধিৱেশনত উত্থাপন কৰা হ’ব জল পৰিবহন সংশোধনী বিধেয়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2018 5:49 pm
Chandra Mohan Patowary
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৫ চেপ্তেম্বৰত ৰাজ্য কঁপাই যোৱা নাও দুৰ্ঘটনাৰ পাছতেই যেন তৎপৰ হৈ পৰিছে জল-পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। নাগৰিকত্ব সংশোধনী বিধেয়ক নহয়, এইবাৰ মন্ত্ৰীগৰাকীয়ে জল পৰিবহন বিভাগৰ সংশোধনী বিধেয়ক প্ৰস্তুত কৰাৰ বাবে উঠি-পৰি লগাটো দেখিবলৈ পোৱা গৈছে।

২০১৩ চনৰ খোচলা কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰস্তুত উক্ত বিধেয়কখন আগন্তুক বিধানসভাৰ অধিৱেশনত উত্থাপন কৰা হ’ব। এই কথা সংবাদ মাধ্যমৰ আগত জানিবলৈ দি পাটোৱাৰীয়ে কয়, ‘‘ইয়াৰ জৰিয়তে পৃথক স্বতন্ত্ৰ আয়োগ গঠন কৰা হ’ব। লগতে পৃথক বন্দৰ,জাহাজ চলাচলৰ বাবেও অনুমতি প্ৰদান কৰা হ’ব।‘’

Apply Now

উল্লেখ্য যে, জল পৰিবহন বিভাগৰ সৈতে হোৱা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত অসমৰ সকলো নৈত যন্ত্ৰচালিত ভটভটীৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰাৰ কথা সদৰী কৰি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে ন্যূনতম জীৱন ৰক্ষাৰ ব্যৱস্থা তথা লাইফ জেকেটৰো সু-ব্যৱস্থা ভটভটীসমূহত নাই।‘

আনহাতে, মাজুলী-কমলাবাৰীৰ মাজত দ্বিতীয় পৰ্যায়ৰ ৰ’ৰ’ সেৱা চলিব বুলি ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত তৃতীয় পৰ্যায়ৰ ৰ’ ৰ’ সেৱা চলিব ।

তেওঁ জানিবলৈ দিয়া মতে, ধুবুৰী-হাটশিঙিমাৰীৰ মাজত ৰ’ৰ’ সেৱাৰ কাম  ইতিমধ্যে আৰম্ভ হৈছে। তাৰ পাছতে  ৰাজ্যত দ্বিতীয়-তৃতীয় পৰ্যায়ৰ ৰ’ ৰ’ সেৱা আৰম্ভ হ’ব বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে গুৱাহাটীত ৩ খন নাও অচিৰেই চলাচল কৰিব বুলিও আশ্বাস দিয়ে।

উল্লেখ্য যে, পুৰণি নাওসমূহক আধুনিকীকৰণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘দুবছৰত ১৫খন ষ্টীলৰ, কাঠৰ ৩খন নাও চলাচলৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে ষ্টীলৰ ৪খন বৰাকত, এখন ষ্টীল আৰু ৩খন কাঠৰ নাও মাজুলীত চলাচল কৰি আছে। তেওঁ লগতে কয় যে ‘বাকী ৰোৱা ১০খন নাও চলিত বৰ্ষত সম্পূৰ্ণ হৈ উঠিব।‘

মন্ত্ৰী পাটোৱাৰীয়ে লগতে জানিবলৈ দিয়ে নতুনকৈ অন্তৰ্ভুক্ত কৰিবলগীয়া নাওসমূহত এটা ইঞ্জিণৰ পৰিৱৰ্তে দুটাকৈ ইঞ্জিণৰ ব্যৱস্থা ৰখা হ’ব আৰু লগতে প্ৰতিজন যাত্ৰীৰ বিপৰীতে একোটাকৈ লাইফ জেকেটৰ ব্যৱস্থা থাকিব।

আনহাতে, অচিৰে জল-পৰিবহন বিভাগে এক নতুন ৰূপ পাব বুলি সদৰী কৰি তেওঁ কয় যে যোৱা ডেৰ বছৰে বিশ্ব বেংকৰ সহযোগত আঁচনি ৰূপায়ণৰ কাম চলি আছে। INROS LACKNER নামৰ প্ৰতিষ্ঠানটোক এই কামৰ দায়িত্ব দিয়া হৈছে। জাৰ্মানীৰ প্ৰতিষ্ঠানটোৱে ইতিমধ্যে ইয়াৰ আৰ্হি প্ৰস্তুত কৰিছে।

তদুপৰি, যাত্ৰীৰ নিৰাপত্তাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ বাবে জল পৰিবহণ বিভাগে এনে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd