• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজস্থানত পানী সংগ্ৰহৰ নতুন আৰ্হিয়ে আশাৰ সঞ্চাৰ কৰিছে কৃষক সকলৰ মাজত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2025 1:19 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ শুষ্ক পৰিৱেশত জয়পুৰৰ কুকাছ গাঁৱত পানী সংগ্ৰহৰ এক নতুন আৰ্হিয়ে কৃষিৰ ক্ষেত্ৰত ৰূপান্তৰ ঘটাইছে। জয়পুৰ জিলাৰ কুকাছ গাঁৱত বৈজ্ঞানিকভাৱে ডিজাইন কৰা ৫০টা জলবায়ু অনুকূল পামৰ পুখুৰীৰে স্থানীয় কৃষি ব্যৱস্থাত এক নতুন দিগন্তৰ সূচনা কৰিছে। এই পুখুৰীবোৰে বৰ্ষাৰ সময়ত প্ৰায় ১০ কোটি লিটাৰ পানী সংৰক্ষণ কৰিবলৈ সক্ষম, যাৰ ফলত শস্যৰ বাবে বছৰজুৰি জলসিঞ্চনৰ সুবিধা নিশ্চিত হৈছে।

দৌছা জিলাত ২৫০টা এনে পুখুৰীৰ সফলতাৰ পাছত কুকাছ হৈছে দ্বিতীয় গাঁও যিয়ে এই আৰ্হি গ্ৰহণ কৰিছে। এই পদক্ষেপে কৃষকসকলক গৰু পালন, মাটিমাহ আৰু উদ্যানজাত শস্য উৎপাদনত আগ্ৰহী কৰি তুলিছে।

Apply Now

পামৰ পুখুৰীবোৰ প্রতিজন কৃষকৰ মাটিৰ ৫% ভাগত নিৰ্মাণ কৰা হৈছে, যিবোৰ ১০ ফুট গভীৰ, আৰু  ই কৃষকসকলক উচ্চ মূল্যৰ শস্য উৎপাদনৰ সুবিধা দিছে, লগতে পশুপালন আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বাবে পানীৰ স্থায়ী যোগান নিশ্চিত কৰিছে।

কাচৰেৱালা গাঁৱৰ কৃষক ৰাম ফুলে জনায়, “এই পুখুৰীৰ বাবেই তেওঁ এতিয়া নিৰ্ভৰযোগ্য পানীৰ যোগান লাভ কৰিছে আৰু মাটিমাহৰ শস্য উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ।” কুকাছৰ গাওঁপ্ৰধান ৰাধেশ্যাম মীনাই কয়, “এই আৰ্হিয়ে কৃষকসকলক বাজৰা দৰে অধিক পানীৰ প্ৰয়োজন হোৱা শস্যৰ পৰিৱৰ্তে লাভজনক বিকল্প বিচাৰিবলৈ সহায় কৰিছে।”

এই প্ৰকল্পৰ নেতৃত্বত আছে আইআইটি খড়গপুৰৰ প্ৰাক্তন ছাত্ৰ বিপ্ৰা গোৱাল। তেওঁ এতিয়ালৈকে ৫০টা পুখুৰীৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে আৰু ২৫টাৰ নিৰ্মাণ কাৰ্য চলি আছে। গোৱালে জনায়, “জয়পুৰৰ প্ৰতি হেক্টৰ কৃষিভূমিত প্ৰতি বৰ্ষত ১৪-২১ লাখ লিটাৰ বৰষুণৰ পানী অপচয় হয়, যিটো এতিয়া এই পুখুৰীৰে সংগ্ৰহ কৰা হৈছে।

এই মডেলটোৱে কেৱল জলসিঞ্চনেই নহয়, দুগ্ধ উৎপাদন আৰু খাদ্য প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ স্থাপনৰে গাঁওবাসীৰ বাবে নতুন আয়ৰ উৎস সৃষ্টি কৰাৰ ক্ষেত্ৰতো সহায় হ’ব বুলি আশা কৰা হৈছে। স্থানীয় লোকসকলৰ প্ৰয়োজনৰ সৈতে আধুনিক অভিযান্ত্ৰিকীকৰণৰ সংমিশ্ৰণে এই পুখুৰী-আধাৰিত পানী সংগ্ৰহৰ আৰ্হিটোৱে ৰাজস্থানৰ পানীৰ অভাৱত ভোগা অঞ্চলসমূহত বহনক্ষম কৃষি আৰু অৰ্থনৈতিক বিকাশৰ দিশত এক সুদৃঢ় পদক্ষেপ হিচাপে বিবেচিত হৈছে।

Tags: ClimateResilientFarmingRainwaterHarvestingRajasthanAgricultureSustainableFarming
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

August 7, 2026 8:58 am
জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

August 7, 2026 7:38 am
ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

August 7, 2026 8:58 am
জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd