• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সচিবালয়ৰ পৰাই প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ফণীভূষণ চৌধুৰীৰ গাড়ী চুৰিৰ ঘটনাই উদঙাইছে নিৰাপত্তাৰ প্ৰকৃত স্বৰূপ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 17, 2021 5:24 pm
Phoni Gari
550
VIEWS
Share on FacebookShare on Twitter

বেজৰ নাকতে খৰ! হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিৰ সৈতে কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলি মন্তব্য কৰি আহিছে।

খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আৰক্ষীৰ শেহতীয়া এনকাউণ্টাৰ পৰ্বকলৈ প্ৰচলিত আইনৰ দোহাই দি কোনো মন্ত্ৰী বিধায়ককে মাত নামাতিবলৈ সকিয়াই দিয়াৰ পিছতো ৰাজ্যৰ বিধানসভা চৌহদকে সুৰক্ষিত কৰিব পৰা নাই গৃহমন্ত্ৰীৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে।

এইবাৰ আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে দুৰ্ভেদ্য বেহুত পৰিণত কৰা খোদ বিধানসভাৰ চৌহদৰ পৰাই গাড়ী চোৰে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ গাড়ীয়েই চোৰে লৈ উধাও হোৱাৰ খবৰ সকলোৰে চকু থৰ লগাইছে।

বিধায়ক ফণীভূষণ চৌধুৰীৰ ইন’ভা গাড়ী খন সচিবালয়ৰ চৌহদৰ পৰাই চোৰে চুৰি কৰি নিয়ে। কিন্তু নুমলীগড়ত বিধায়কগৰাকীৰ চুৰি হোৱা গাড়ী খন দুৰ্ঘটনাগ্রস্ত হোৱাৰ পিছত পোহৰলৈ গাড়ী চুৰিৰ ঘটনাটো।

তাৎপৰ্যপূৰ্ণভাবে বিধায়কগৰাকীৰ গাড়ীখন তেওঁৰ গাড়ী চালকেই চুৰি কৰা বুলি অভিযোগ উঠিছে।

দিছপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তিনিওজন লোক ক্ৰমে হাৰেজ আলী, আৰিফুল আলী, ছফিকুল আহমেদক আটক কৰিছে। সচিবালয় চৌহদৰ পৰাই কিদৰে গাড়ী খন চোৰে লৈ উধাও হ’ব পাৰিছিল সেই বিষয়ত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

কিন্তু কথাটো হ’ল সচিবালয়ৰ ভিতৰত কাৰ গাড়ী সোমাইছে, কাৰ গাড়ী ওলাই গৈছে আদি তথ্য সমূহ সঠিক কৈ ৰখা নহয় নেকি? এনে পৰিস্থিতিত দুষ্ট চক্ৰই সচিবালয়ৰ নিৰাপত্তাৰ সুৰুঙা গ্ৰহণ কৰি ভয়াৱহ বিপদ ঘটাব পাৰে বুলি সচেতন মহলে আশংকা ব্যক্ত কৰিছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd