DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

লবী ! নিয়ম ভংগ কৰি নিজৰ ব্যক্তিগত কৰ্মীক নিযুক্তি দিলে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2023 11:23 am
64
VIEWS
Share on FacebookShare on Twitter

নিয়ম ভংগ কৰি নিজৰ ব্যক্তিগত কৰ্মীক ৰাজ্যসভাৰ সদন সমিতিলৈ মনোনীত কৰাৰ অভিযোগ উত্থাপন হৈছে উচ্চ সদনৰ পদমৰ্মে অধ্যক্ষ তথা উপ–ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি কমেও ৮ জন ব্যক্তিক হাউছ কমিটীৰ সদস্যপদ দিছিল জগদীপ ধনখৰে।

লোকসভা আৰু ৰাজ্যসভাৰ নিজাকৈ সদন সমিতি আছে। যৌথ সমিতিও আছে। কেণ্টিনৰ খাদ্যৰ ওপৰত ৰাজসাহায্যৰ পৰিমাণৰ পৰা আৰম্ভ কৰি কনফাৰেন্স ৰুমৰ পৰ্দাৰ ৰঙলৈকে বহু বিষয়ত আলোচনা আৰু সিদ্ধান্ত ল’বলৈ তেওঁলোকক ক্ষমতা প্ৰদান কৰা হৈছে। প্ৰতিৰক্ষাৰ পৰা আৰম্ভ কৰি বিত্ত বিভাগলৈকে চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ কাম–কাজৰ পৰ্যালোচনাৰ বাবেও আনুষংগিক সমিতি গঠন কৰা আছে।

সাংসদৰে গঠিত এই সমিতিসমূহত কনিষ্ঠ বিষয়াসকলক সহায়ক সদস্য হিচাপে ৰখা হয়। তেওঁলোকৰ মূল দায়িত্ব হ’ল সমিতিৰ কাৰ্য্যবিৱৰণী লিপিবদ্ধ কৰা আৰু সমন্বয় বজাই ৰখা। সমিতিৰ আলোচনাৰ গোপনীয়তা ৰক্ষা কৰাও তেওঁলোকৰ কৰ্তব্য। যদিও তেওঁলোকক সচিবালয়ৰ জৰিয়তে নিযুক্তি দিয়া হয়, তথাপিও লোকসভাৰ অধ্যক্ষ আৰু ৰাজ্যসভাৰ অধ্যক্ষৰো এই ক্ষেত্ৰত ভুমিকা থাকে।

সূত্ৰ অনুসৰি ধনখৰে সদনৰ ২০ জন সদস্যৰ ভিতৰত ৮ সদস্যকে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছে। এনডিটিভিত প্ৰকাশিত এক বাতৰি অনুসৰি বিৰোধী কংগ্ৰেছ দলে এই অভিযোগ উত্থাপন কৰিছে যে ই সংসদীয় নীতি–নিয়ম আৰু পৰম্পৰাৰ বিৰোধী কৰ্ম হিচাপে বিবেচিত হৈছে।

Recent News

সন্ধান নাই বিকাশ আৰু জিণ্টুৰ : আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ

সন্ধান নাই বিকাশ আৰু জিণ্টুৰ : আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ

‘কুষ্ঠ আক্ৰান্ত যৌনকৰ্মী’ বুলি মাধুৰী দীক্ষিতক অপমান : আইনৰ সহায় ললে মিথুনে

‘কুষ্ঠ আক্ৰান্ত যৌনকৰ্মী’ বুলি মাধুৰী দীক্ষিতক অপমান : আইনৰ সহায় ললে মিথুনে

স্বমেহন : হঠাৎ দীৰ্ঘদিনীয়া অভ্যাস এৰি দিলেও হ’ব পাৰে বিপদ

স্বমেহন : হঠাৎ দীৰ্ঘদিনীয়া অভ্যাস এৰি দিলেও হ’ব পাৰে বিপদ

বৰ্তমানৰ প্ৰেক্ষাপটত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা ৰাইজৰ দলৰ

বৰ্তমানৰ প্ৰেক্ষাপটত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা ৰাইজৰ দলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd