• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অস্ত্ৰসহ কাৰ্বি আংলঙত উগ্ৰপন্থী গোটৰ কেডাৰ আটক

NE NOW NEWS নংগী তেৰাং
ডিফু , May 21, 2019 11:07 pm

1 min read

অস্ত্ৰসহ কাৰ্বি আংলঙত উগ্ৰপন্থী গোটৰ কেডাৰ আটক
725
VIEWS
Share on FacebookShare on Twitter

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছোত আজি আৰক্ষী আৰু ৩নং শিখ ৰেজিমেণ্টে এক যৌথ অভিযান চলাই য়ুনাইটেড কাৰ্বি লিবাৰেশ্যন আৰ্মি (য়ু কে এল এ) নামৰ উগ্ৰপন্থী গোটৰ এজন সদস্যক আটক কৰে।

আটকাধীন উগ্ৰপন্থীজনক কাৰ্বি পিপোলচ লিবাৰেশ্যন টাইগাৰ্ছ (কে পি এল টি)ৰ প্ৰাক্তন কেডাৰ ছাৰচিং ৰংপি ওৰফে আৰ্লক বুলি চিনাক্ত কৰা হৈছে। তেওঁ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত এংলংকিৰি তেৰাং গাঁৱৰ লংকি ৰংপিৰ পুত্ৰ।

চৱাইলাংছু ৰংকিমি বিৰ তিছ’ গাঁৱৰ পৰা আটক কৰা কেডাৰজনৰ কবলৰ পৰা এটা .২২ পিষ্টল, ৪ জাঁই সক্ৰিয় গুলী আৰু ১টা মোবাইল উদ্ধাৰ কৰা হয় বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে।

আৰক্ষীয়ে জনোৱা মতে তেওঁ পশ্চিম কাৰ্বি আংলঙৰ হামৰেনৰ ভূমি সংৰক্ষণ বিভাগৰ এগৰাকী বিষয়াৰ পৰা ধন দাবী কৰি আহিছিল। বিষয়াগৰাকীয়ে এইসম্পৰ্কত আৰক্ষীক খবৰ দিয়াৰ পিছতে আজি অভিযান চলাই তেওঁক আটক কৰা হয়।

Recent News

Andhra_murder_25012021

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd