• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাটাৰগাঁও : ৰাণীত মানুহ–বন্যপ্ৰাণীৰ সহাৱস্থান বিষয়ক আলোচনা চক্ৰ

এন ই নাও নিউজ গুৱাহাটী by এন ই নাও নিউজ গুৱাহাটী
March 13, 2026 1:10 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহ–জীৱ-জন্তুৰ সহাৱস্থান বিষয়ক এখন আলোচনা চক্ৰ ১০ মাৰ্চ ২০২৬ তাৰিখে কামৰূপ জিলাৰ ৰাণীৰ ছাটাৰগাঁও সমূহীয়া কেন্দ্ৰত সফলভাৱে অনুষ্ঠিত হয় । এই অনুষ্ঠানটো গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰ (CWES)ৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা (NSS) ইউনিট–I আৰু গুৱাহাটীস্থিত ‘অৰণ্যক’ সংস্থাৰ সহযোগিতাত আয়োজন কৰা হয়।

আলোচনাচক্ৰ খনত ছাটাৰগাঁৱৰ ৰ ৬০ জনৰো অধিক গাওঁবাসীয়ে অংশগ্ৰহণ কৰাৰ লগতে CWES ৰ সদস্য, NSS স্বেচ্ছাসেৱক আৰু বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব, প্ৰাণীবিজ্ঞান আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীয়েও অংশ গ্ৰহণ কৰে ।

Apply Now

এই আলোচনাচক্ৰ খনে গাঁওবাসী, ছাত্ৰ-ছাত্ৰী আৰু বিশেষজ্ঞসকলৰ মাজত মতবিনিময়ৰ এখন মঞ্চ সৃষ্টি কৰে, য’ত মানুহৰ বাসস্থান আৰু বন্যপ্ৰাণীৰ বাসস্থান একেলগে থকা অঞ্চলসমূহত জীৱনযাপনৰ ব্যৱহাৰিক সমস্যাসমূহ আলোচনা কৰা হয়।

আলোচনাচক্ৰ খনত বিশেষকৈ হাতীকে ধৰি বন্যপ্ৰাণীৰ সৈতে গাঁওবাসীয়ে দৈনন্দিন জীৱনত সন্মুখীন হোৱা সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰা হয়। আলোচনাত স্থানীয় অভিজ্ঞতাসমূহ বুজি পোৱা আৰু মানুহ–হাতী সংঘাত কমাব পৰা ব্যৱহাৰিক উপায়সমূহ চিনাক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

আলোচনাচক্ৰ খনৰ অন্তত গাঁওবাসীসকলৰ বাবে মানুহ আৰু হাতীৰ মাজত সহাৱস্থান বজাই ৰাখি মানুহ আৰু বন্যপ্ৰাণী দুয়ো পক্ষৰ ক্ষতি কম কৰাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱা হয়। লগতে স্থানীয় অৰ্থনীতি মজবুত কৰাৰ দিশত পশুপালন, উপযোগী কৃষি-পদ্ধতি আৰু হাতীক কম আকৃষ্ট কৰা ধৰণৰ উদ্ভিদ চাষ কৰাৰ সম্ভাৱনাসমূহৰ বিষয়েও আলোচনা কৰা হয়। এই পৰামৰ্শসমূহে গাঁওবাসীসকলৰ অৰ্থনৈতিক স্থিতিশীলতা বৃদ্ধি কৰাৰ লগতে বন্যপ্ৰাণীৰ সৈতে স্থায়ী সহাৱস্থান উৎসাহিত কৰাৰ লক্ষ্য ৰাখে ।এই আলোচনাই স্থানীয় সমাজ আৰু শিক্ষানুষ্ঠানসমূহৰ মাজত সংলাপ বৃদ্ধি কৰাৰ লগতে অঞ্চলটোত মানুহ–বন্যপ্ৰাণীৰ  সহাৱস্থান সম্পৰ্কে উন্নত বুজাবুজি গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কাম কৰে । এই আলোচনা আৰু মতবিনিময়ৰ জৰিয়তে স্থানীয় সমাজৰ পৰা লাভ কৰা মতামত আৰু অভিজ্ঞতাসমূহেও বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰ (CWES) ৰ মানুহ–জীৱ-জন্তুৰ সহাৱস্থান সম্পৰ্কীয় চলিত আৰু ভৱিষ্যৎ গৱেষণাৰ বাবে গুৰুত্বপূৰ্ণ তথ্য আৰু দিশ আগবঢ়াইছে।

এন ই নাও নিউজ গুৱাহাটী

এন ই নাও নিউজ গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am
পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

July 18, 2026 7:03 am
সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd