• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত উলহ-মালহেৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
March 9, 2019 6:51 am
মাজুলীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দৃশ্য

মাজুলীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত শুকুৰবাৰে মাজুলীত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। মাজুলী জিলা প্ৰশাসনৰ সহযোগত গড়মূৰস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত নাৰী দিৱসত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা চিকিমিকি তালুকদাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মাজুলীৰ নাৰী সমাজক উৎসাহিত কৰে।

ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে ভাষণত নাৰীৰ অধিকাৰ সুৰক্ষিত কৰি সমাজত লিংগ বৈষম্য আঁতৰোৱাৰ বাবে থকা আইনী ব্যৱস্থাসমূহৰ বিষয়ে আৱগত কৰে। তাৰোপৰি, মহিলা সবলীকৰণৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰা বিভিন্ন আঁচনিৰ বিষয়ে ৰাজ্যৰ মহিলাসকলৰ মাজত বিশেষ ভাৱে প্ৰচাৰ চলাই সচেতনতা বৃদ্ধিৰ পোষকতা কৰে।

Apply Now

আনহাতে, লিংগ বৈষম্যমুক্ত এখন সমাজ গঢ়িবলৈ হ’লে গ্ৰামাঞ্চলৰ নাৰী সকলৰ বাবে আৰ্থিক নিৰাপত্তা নিশ্চিত হোৱাটো অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে তালুকদাৰে।

মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই নাৰী দিৱসৰ অনুষ্ঠান উদ্বোধন কৰি নাৰীসকলক সংস্কৃতি আৰু সভ্যতাৰ ধাৰা-বাহক বুলি অভিহিত কৰে। উপায়ুক্তগৰাকীয়ে বিশ্বব্যাপি নাৰীসকলৰ বাবেই সমাজ আৰু সভ্যতাৰ উত্তৰণ ঘটিছে বুলি মন্তব্য কৰে।

আনহাতে, অনুষ্ঠানত মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিত শইকীয়াই নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি ২০১৯ বৰ্ষৰ নাৰী দিৱসৰ মূখ্য বিষয় ‘শ্ৰেষ্ঠতাৰ বাবে সমতা’ ৰ ওপৰত আলোকপাত কৰে।

অনুষ্ঠানত উপস্থিত থাকি অধিবক্তা পুনম খাউণ্ডে নাৰী সৰবৰাহ আৰু আইনগত দিশৰ বিষয়ে, সহকাৰী আয়ুক্ত হিমাদ্ৰী বৰাই সমাজত ডাইনীজনিত অন্ধবিশ্বাসৰ ভয়ংকৰ প্ৰভাৱ আৰু ইয়াৰ সৈতে জড়িত আইনী ব্যৱস্থাৰ বিষয়ে মহিলাসকলক বহলভাৱে অৱগত কৰে।

মাজুলীৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথৰ সঞ্চালনাত অনুষ্ঠিত নাৰী দিৱসৰ অনুষ্ঠানত নাৰী অধিকাৰ, নাৰী নিৰ্যাতন-বৈষম্যৰ বিৰুদ্ধে সামাজিক সচেতনতা, ডাইনী সম্বন্ধীয় অন্ধবিশ্বাস আদি বিষয়ত অন্য কেইবাগৰাকী মহিলাই বক্তব্য আগবঢ়ায়।

মাজুলী জিলা পৰিষদৰ নৱনিৰ্বাচিত সভানেত্ৰী পাপু দত্ত হাজৰিকা, ৰাজ্যিক মহিলা আয়োগৰ সদ্স্যা ধীৰা তালুকদাৰে অংশগ্ৰহণ কৰা অনুষ্ঠানত মাজুলীৰ ভালেকেইগৰাকী নাৰী সংগঠক, আশাকৰ্মী, এন জিঅ’ৰ মহিলা কৰ্মকৰ্তা আৰু বহু সংখ্যক উদ্যমী মহিলা উপস্থিত থাকে।

 

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd