• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 21, 2019 9:38 pm
International Yoga day observed in Assam's Sivasagar also

শিৱসাগৰৰ যোগ দিৱসৰ ছবি। নৰ্থ-ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে আছিল পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। যোগ দিৱস উপলক্ষে সমগ্ৰ দেশ আৰু বিশ্বৰ লগতে শিৱসাগৰতো বিভিন্ন কাৰ্যসূচীৰে যোগ দিৱস পালন কৰা হয়।

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় আয়ূস অভিযান, জিলা স্বাস্থ্য সমিতি আৰু আই ৱাই এন এছৰ সহযোগত চাওলুং চ্যুকাফা ইণ্ডোৰ ষ্টেডিয়ামত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে।

Apply Now

পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হোৱা যোগ দিৱসত অংশগ্ৰহণ কৰে জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণন, জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা, ৰ্অজুন ভোগেশ্বৰ বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰী, অ’এনজিচি বিষয়া পোনাৰাম মিলিকে ধৰি জিলা প্ৰশাসনৰ বহু বিষয়াৰ লগতে প্ৰায় তিনি শতাধিক অংশগ্ৰহণৰাকীয়ে।

প্ৰশিক্ষকৰ তত্বাৱধানত তেওঁলোকে ২১টা যেগাসন কৰে। সমূহীয়া যোগাসনৰ অন্তত পুৱা ৮:৩০ বজাৰ পৰা ১০:৩০ বজালৈ যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

যোগ দিৱসৰ অন্যতম কাৰ্যসূচী হিচাবে উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত দিনৰ ১১:৩০ বজাত এই বছৰৰ আলোচ্য বিষয় “হৃদয়ৰ বাবে যোগ” (Yoga for Heart)-ৰ ওপৰত এক আলোচনা চক্ৰৰ আয়োজন কৰা হয়। এই আলোচনা চক্ৰৰ আঁত ধৰে জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে। তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ গ্ৰুপ জেনেৰেল মেনেজাৰদ্বয় ক্ৰমে এছ চি ত্ৰিপাঠী আৰু ওম বীৰ সিঙে আলোচনা চক্ৰটিত আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে।

আজিৰ আলোচনা চক্ৰত সমল ব্যক্তিৰূপে যোগদান কৰি স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰিপুণ বৰপূজাৰী, হৃদৰোগ বিশেষজ্ঞ মৃণ্ময় বৰুৱা আৰু চিকিৎসা বিষয়া যদুমণি বৰাই সু-স্বাস্থ্য আৰু সুস্থ হৃদয়ৰ বাবে যোগভ্যাসৰ প্ৰয়োজনীয়তাৰ ওপৰত তথ্যসমৃদ্ধ বক্তৃতা আগবঢ়ায়।

আলোচনা চক্ৰৰ শেষত আজি অনুষ্ঠিত যোগাসন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।

আলোচনা চক্ৰত অন্যান্যসকলৰ লগতে অতিৰিক্ত উপায়ুক্ত দিলীপ তেৰাং, আয়ুস (AYUSH)-ৰ নডেল বিষয়া লৱদেৱ গোস্বামী, শিৱসাগৰ চৰকাৰী উচ্চতৰ বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ ৰমন শৰ্মা আৰু জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায় উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd