• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইমৰাণ খানক গ্ৰেপ্তাৰৰ পিছতেই অশান্ত পাকিস্তান : কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা

অৱশ্যে খানে অভিযোগ কৰে যে ৰাছিয়া, চীন আৰু আফগানিস্তানৰ ওপৰত তেওঁৰ স্বতন্ত্ৰ বৈদেশিক নীতিৰ সিদ্ধান্তৰ বাবে আমেৰিকাৰ নেতৃত্বত তেওঁৰ বিৰুদ্ধে এই ষড়যন্ত্ৰৰ চলিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2023 11:44 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছতে মঙলবাৰে পাকিস্তান দূৰসংযোগ কৰ্তৃপক্ষই সমগ্ৰ দেশতে মোবাইল ব্ৰডবেণ্ড সেৱা বন্ধ কৰি দিয়ে।

খবৰ অনুসৰি, অভ্যন্তৰীণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি টেলিকমিউনিকেচন কৰ্তৃপক্ষই ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ কথা নিশ্চিত কৰিছে।

Apply Now

আল-কাদিৰ ট্ৰাষ্টৰ গোচৰত ইছলামবাগ উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰা খানক গ্ৰেপ্তাৰ কৰাৰ সময়তে মঙলবাৰে সমগ্ৰ দেশতে টুইটাৰ, ফেচবুক আৰু ইউটিউব নিষিদ্ধ কৰা বুলিও কেইটামান প্ৰতিবেদনত প্ৰকাশ পাইছে।

লগতে পঢ়কঃ কৰ্ণাটকৰ নিৰ্বাচন সম্পৰ্কে বিশিষ্ট সক্ৰিয়কৰ্মী যোগেন্দ্ৰ যাদৱৰ সৈতে কথোপকথন মুখ্য সম্পাদক পৰেশ মালাকাৰৰ

ইফালে মানৱ অধিকাৰ সংগঠন এম্নেষ্টী ইণ্টাৰনেশ্যনেলে পাকিস্তান চৰকাৰক দেশত ইণ্টাৰনেট সেৱা আৰু টুইটাৰ ফেচবুক আৰু ইউটিউবৰ সুবিধা পুনৰুদ্ধাৰ কৰিবলৈ আহ্বান জনায়।

তেওঁলোকৰ অফিচিয়েল টুইটাৰত কয়, “ইমৰাণ খানৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ বৃদ্ধি পোৱাৰ মাজতে পাকিস্তানী কৰ্তৃপক্ষই মোবাইল ইণ্টাৰনেট আৰু ফেচবুক, টুইটাৰৰ ব্যৱহাৰ বন্ধ কৰি দিয়াৰ বাতৰিত এম্নেষ্টী ইণ্টাৰনেশ্যনেল আতংকিত হৈ পৰিছ।”

টুইটটোত লিখিছে “ইয়াৰ ফলত মানুহৰ তথ্য আৰু মত প্ৰকাশৰ স্বাধীনতা সীমিত হৈ পৰিছে। আমি পাকিস্তানৰ দূৰসংযোগ কৰ্তৃপক্ষ আৰু স্বৰাজ মন্ত্ৰালয়ক এই নিষেধাজ্ঞা তৎকালীনভাৱে উঠাই ল’বলৈ আহ্বান জনাইছো।’’

প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তানৰ তেহৰিক-ই-ইনছাফে ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছত কেইবাজনো সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰি দেশৰ ৰাজহুৱা সম্পত্তি ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰে।

ইছলামবাগ উচ্চ ন্যায়ালয়ৰ বাহিৰত মঙলবাৰে গ্ৰেপ্তাৰ হয় ইমৰাণ খানক। যোৱা বছৰৰ এপ্ৰিল মাহত ক্ষমতাৰ পৰা বঞ্চিত হোৱাৰ পিছত খান এশৰো অধিক গোচৰত জড়িত হৈ পৰিছে ইমৰাণ খান।

🇵🇰Pakistan: Amid concerns about escalating clashes between Imran Khan’s supporters and the police, Amnesty International is alarmed by reports that Pakistani authorities have suspended mobile internet and access to Twitter, Facebook and YouTube.

— Amnesty International South Asia, Regional Office (@amnestysasia) May 9, 2023

লগতে পঢ়কঃ অসমত স্থাপন কৰা হ’ব পাঁচখনকৈ POCSO আদালত : মুখ্যমন্ত্ৰীৰ ঘোষণা

বিগত বছৰত অনাস্থা ভোটত পৰাস্ত হৈ তেওঁক প্ৰধানমন্ত্ৰী পদৰ হেৰুৱাব লগা হৈছিল। অৱশ্যে খানে অভিযোগ কৰে যে ৰাছিয়া, চীন আৰু আফগানিস্তানৰ ওপৰত তেওঁৰ স্বতন্ত্ৰ বৈদেশিক নীতিৰ সিদ্ধান্তৰ বাবে আমেৰিকাৰ নেতৃত্বত তেওঁৰ বিৰুদ্ধে এই ষড়যন্ত্ৰৰ চলিছে।

লগতে পঢ়কঃ  চিতাক সুৰক্ষা দিব নোৱাৰিলে মোডীয়ে : আকৌ মৰিল নামিবিয়াৰ পৰা অনা চিতা ‎

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd