DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰত ৫ দিনৰ বাবে ইণ্টাৰনেটসেৱা বন্ধ; নাগৰিকত্ব বিধেয়কৰ বাবে উত্তৰ-পূবৰ পৰিস্থিতি অৱনতিৰ শংকা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2019 7:59 am
Manipur
250
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেয়ক বিৰোধী আন্দোলনে উত্তৰ-পূবত ক্ৰমে উগ্ৰতৰ আৰু হিংসাত্মক ৰূপ লোৱাৰ শংকাত ভুগিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহ। মণিপুৰ আৰু মিজোৰামত ইয়াৰ প্ৰতিবাদ অভূতপূৰ্ব।

মণিপুৰত নাগৰিক সমাজে জংগী আন্দোলনৰ পথ লোৱাৰ পিছতে ১২ ফেব্ৰুৱাৰিত ইম্ফলত ১৪৪ ধাৰা জাৰি কৰা হৈছে। তাৰোপৰি ৰাজ্যখনত ৫ দিনৰ বাবে ইণ্টাৰনেটসেৱা বন্ধ কৰি দিয়াৰ দৰে কেতিয়াও নোলোৱা ব্যৱস্থা লৈছে ইয়াৰ চৰকাৰে।

আনকি নিৰাপদ অনুভৱ কৰিব পৰা নাই খোদ মুখ্য মন্ত্ৰী আৰু অন্যান্য জনপ্ৰতিনিধিসকলেও। মুখ্য মন্ত্ৰী বীৰেন সিং আৰু অন্যান্য মন্ত্ৰী-বিধায়কসকলৰ বাসভৱনত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ১১ ফেব্ৰুৱাৰিত বিধেয়কখনৰ বিৰুদ্ধে পীপলছ এলায়েন্স মণিপুৰে ৩৬ ঘণ্টীয়া মণিপুৰ বন্ধৰ আহ্বান দিয়াৰ লগতে ক’লা দিৱস পালন কৰিছিল।

ইপিনে মিজোৰামত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা জনতাৰ হাতত দেখা গৈছে স্বাধীন খ্ৰীষ্টান ৰাষ্ট্ৰৰ ঘোষণাৰ বেনাৰ।

বিধেয়কখন কালি ৰাজ্যসভাত উত্থপান নহ’ল যদিও আজি ৰাজ্যসভাত ইয়াক পুনৰ উত্থাপন কৰাৰ চেষ্টা কৰিব পাৰে বিজেপিয়ে। কেনেবাকৈ বিধেয়কখন ৰাজ্যসভাত গৃহীত হ’ল উত্তৰ-পূবৰ বৰ্তমান অগ্নিগৰ্ভ পৰিস্থিতি যে অধিক অৱনতি ঘটিব সেয়া নিশ্চিত।

Recent News

California Planes Collide

মধ্য আকাশতে দুই বিমানৰ সংঘৰ্ষ: মৃত্যু কেইবাগৰাকীও লোকৰ

forged documents

জাল নথিপত্ৰৰে যাত্ৰীক কৰি দিছিল আমেৰিকা যাত্ৰাৰ সুবিধা: পৰিল ফান্দত

On Camera Shot

প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই নৱম শ্ৰেণীৰ ছাত্ৰীক পথৰ মাজতে গুলীয়ালে যুৱকে

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd