• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দক্ষিণ কোৰিয়াৰ বিমান দুৰ্ঘটনাত ১৮১ জন যাত্ৰীৰ বাচিল মাত্ৰ ২জন; কাৰণ বিচাৰি অব্যাহত তদন্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2024 10:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ কোৰিয়াৰ মুয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যাত্ৰীবাহী বিমান দুৰ্ঘটনাত ১৭৯ জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত মুঠ ১৮১জন যাত্ৰী আছিল। এই ঘটনাত দুজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।

দেওবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৯ বজাত এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বে বিমানখনত থকা এজন যাত্ৰীৰ শেষ মুহূৰ্তৰ কিছু বাৰ্তা স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

Apply Now

দক্ষিণ কোৰিয়াৰ ইয়োনহাপ নিউজ এজেন্সীয়ে প্ৰকাশ কৰা অনুসৰি বাৰ্তাবোৰত স্পষ্ট হৈ পৰিছিল যে জীৱিতসকলৰ জীৱনৰ আশা ম্লান হৈ আহিছিল।

বিমানবন্দৰত ৰৈ থকা এজন যাত্ৰীৰ আত্মীয়ই স্থানীয় নিউজ ৱানক জনাইছে যে, বিমানত থকা মোৰ পৰিয়ালৰ সদস্যৰ পৰা বিমানখনৰ সমস্যাৰ বিষয়ে এটা মেছেজ পাইছিলোঁ। কিন্তু তাৰপিছৰে পৰা মই তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পৰা নাই।

দেখা যায় যে যাত্ৰীজনে পুৱা ৯ বজাত টেক্সট মেছেজ পঠিয়াইছে, ‘বিমানখনৰ ডেউকাত এটা চৰাই আবদ্ধ হৈ আছে। আমি অৱতৰণ কৰিব পৰা নাই।’

অপেক্ষা কৰি থকা যাত্ৰীজনৰ আত্মীয়ই সবিশেষ সোধাত তেওঁ এক মিনিটৰ পিছত উত্তৰ দিলে, ‘এতিয়াই শেষ বাৰ্তাটো এৰি দিম নেকি? তেতিয়াৰ পৰা যোগাযোগ হেৰাই গৈছে।

ছিউলৰ পৰা আল জাজিৰাৰ সংবাদদাতা ৰব মেকব্ৰাইডে কয় যে লেণ্ডিং গিয়াৰত কোনো বিজুতি আছিল যেন দেখা গৈছে। সংবাদ মাধ্যমলৈ অহা ছবিত বিমানখন গাটোত ভৰ দি অৱতৰণ হোৱা দেখা গৈছে। প্ৰথমে ৰাণৱেৰ কাষেৰে পিছলি যায় আৰু তাৰ পিছত বৃহৎ বিস্ফোৰণ ঘটে।

ইয়োনহাপ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি বিমানবন্দৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়ত ‘চৰাইটোৰ সংস্পৰ্শৰ ফলত লেণ্ডিং গিয়াৰ বিকল হোৱাৰ বাবে’ এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।

দক্ষিণ কোৰিয়াৰ পৰিবহণ মন্ত্ৰালয়ৰ বিমান পৰিবহণ বিভাগৰ এজন বিষয়াই কয় যে চৰাইৰ আক্ৰমণৰ বাবেই এনে হ’ব পাৰে। অৱশ্যে কাৰণ এতিয়াও পৰীক্ষা হোৱা নাই, তদন্ত অব্যাহত আছে।

দক্ষিণ কোৰিয়াৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি চই চাং-মোকে মুয়ান বিমানবন্দৰত উদ্ধাৰ অভিযানত সৰ্বাত্মক প্ৰচেষ্টাৰ নিৰ্দেশ দিয়ে। তেওঁ কয় যে আনুষংগিক সকলো সংস্থাৰ কৰ্মীসকল একত্ৰিত হ’ব লাগে।

২০০৫ চনত প্ৰতিষ্ঠা হোৱা দক্ষিণ কোৰিয়াৰ অন্যতম কম খৰচী বিমান সংস্থা জেজু এয়াৰে এই দুৰ্ঘটনাৰ বাবে ক্ষমা বিচাৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am
এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am
এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd