• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টুইটাৰত #AssamFloods; অসময়ত আহক বৰদৈচিলা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2020 3:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অমিতাভ বচ্চনে হাগিলে নে মুতিলে, ৰাতি ভালকৈ শুলে নে নুশুলে তাক লৈ ব্যস্ত হৈ পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অসমত বানপানীত লাখ লাখ লোক গৃহহীন হৈ পৰাৰ লগতে শতাধিক লোকে মৃত্যক আকোঁৱালি লোৱাৰ পাছতো এই সমস্যাক লৈ বাতৰি কৰাৰ সময় নাপালে।

দুৰ্ভাগ্যজনকভাৱে, কৰ’নাৰ নামত ব্যস্ত হৈ পৰা আমাৰ কেন্দ্ৰীয় নেতা-মন্ত্ৰীসকলে এইবাৰ আনকি হেলিকপ্টাৰেৰেও অসমৰ বানপানীৰ পৰিস্থিতি চোৱাৰ সময় উলিয়াব পৰা নাই।

Apply Now

এনে পৰিস্থিতিত অসমৰ দুৰ্যোগত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এলাগী কৰা এই বিষয়ক লৈ টুইটাৰত কিয় সৃষ্টি নহ’ব ধুমুহাৰ?
অসমৰ বানপানী অসমৰ ৰাইজৰ চকুপানী হৈ বৈছে। প্ৰতিবছৰৰ দৰে এইবাৰো অসমত বানপানীয়ে ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন ঠাইত বিধ্বংসী প্ৰলয়ৰ ৰূপ গ্ৰহণ কৰিছে।

যিসময়ত সকলোৱে কৰ’নাৰ সংহাৰক লৈ ব্যস্ত হৈ পৰাৰ লগতে এক অজানিত আতংকত দিন নিয়াইছে, সেই সময়তে সংহাৰী বানে অসমত ১০০জনতকৈয়ো অধিক লোকৰ প্ৰাণ হৰিছে।

কিন্তু ইয়াৰ পাছতো অসমৰ বানপানীৰ এই ভয়ংকৰ ধ্বংসলীলাৰ কথা আমাৰ মুলসুঁতিৰ সংবাদমাধ্যমত অৱহেলিত হৈ আছে।

বলীউদৰ চেলিব্ৰেটিয়ে কেনেদৰে খাইছে, শুইছে বা পানীলগা জ্বৰত ভূগিছে নেকি তাৰো ডাঁৰৰ বাতৰি ডাঁৰে দি অহা ৰাষ্ট্ৰীয় সংবাদমাধ্যমে অসমৰ বানপানীৰ দুৰ্যোগৰ বাতৰি দিবলৈ আহৰি পোৱা নাই।

এনে সময়তে ‘অসমৰ ভূমিপুত্ৰ’ই টুইটাৰত #AssamFloodsৰ জৰিয়তে আজি উত্ৰ-পূৰ্বাঞ্চলৰ সৈতে সম্পৰ্কিত বিষয়সমূহত এক টুইটাৰ ধুমুহাৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে।

We have two trends today on Assam Floods today:

1. Organised by: Nationwide Social Activists
Time: 5pm
Hashtags:#NorthEastMatters #AssamFloods

2. Organized by students’s society of Assam
Time: 7-9pm#AssamIsDrowning#AssamFloods2020#AssamNeedsHelp#PrayForAssam pic.twitter.com/ysH9VCFnJB

— Assam Bhumiputro (@AxomBhumiputro) July 16, 2020

স্বাভাৱিকতে সুদীৰ্ঘকাল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যাসমূহক কেন্দ্ৰই মাহী আইৰ দৃষ্টিৰে চোৱাৰ অভিযোগৰ সমান্তৰালকৈ মুলসুঁতিৰ সংবাদ মাধ্যমসমূহেও এই সমস্যাসমূহক যথোচিত গুৰুত্ব নিদিয়া তথা অৱহেলা কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

সেয়েহে, বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াৰ শক্তিক সাৰোগত কৰি আমাৰ সমস্যাসমূহ বিশ্বৰ আগত দাঙি ধৰাৰ বিকল্প নাই।
সেয়েহে, টুইটাৰত অসময়ত এক বৰদৈচিলা আৰম্ভ কৰিব খোজা হৈছে, আমাৰ মাটি, আমাৰ খৱৰক আমি সকলোৰে আগত তুলি ধৰাটোৱে হৈছে এই সময়ৰ আহ্বান।

Tags: Assam Flood
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd