• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিত্ৰ হ’লেও পৰিষদৰ নিৰ্বাচনত আই পি এফ টিয়ে লগ নিদিয়ে বিজেপিক

তন্ময় চক্ৰৱৰ্তি by তন্ময় চক্ৰৱৰ্তি
August 22, 2019 11:56 am
bjp-ipft-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰৰ সহযোগী দল ইণ্ডিজিনিয়াছ পিপলছ ফ্ৰণ্ট অব ত্ৰিপুৰাই(আই পি এফ টি) আগন্তুক ত্ৰিপুৰা জনজাতি এলেকা স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনত অকলেই অৱতীৰ্ণ হ’ব নিৰ্বাচনত।

আই পি এফ টিৰ সহকাৰী সাধাৰণ সম্পাদক আৰু দলৰ মুখপাত্ৰ মংগল দেৱবৰ্মাই কয় যে বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা আমি এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ আহিছো।

Apply Now

তেওঁ লগতে কয় যে আমি প্ৰত্যেকটো নিৰ্বাচনতে বিজেপিৰ সৈতে মিলি প্ৰতিদ্বন্দ্বিতা কৰিব খোজো কিন্তু বিজেপিৰ নেতাসকলে আমাক গুৰুত্ব প্ৰদান নকৰে যাৰ বাবে আমি বিগত নিৰ্বাচন সমূহ অকলেই খেলিছো।

এনেবোৰ কাৰণৰ বাবেই হয়তো অহা বছৰ অনুষ্ঠিত হ’ব লগীয়া স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনত অকলেই খেলাৰ ইংগিত দিছে আই পি এফ টিয়ে।

আগৰতলা প্ৰেছ ক্লাবত বুধবাৰে নিশা সাংবাদিকক সম্বোধন কৰা সময়ত মংগল দেৱবৰ্মাই কয়, ‘আই পি এফ টিয়ে অকলেই নিৰ্বাচন খেলিব যদিও মিত্ৰতা সন্দৰ্ভত বাকী দলৰ বাবে দুৱাৰ খোলা আছে’।

বিজেপিৰ সৈতে তেওঁলোক এতিয়াও চৰকাৰৰ সহযোগী হৈ আছে বুলি উল্লেখ কৰি স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলাই বুলিও স্পষ্ট কৰি দিয়ে।

বিধানসভা নিৰ্বাচনৰ পাছৰে পৰা বিজেপিয়ে আই পি এফ টিক কোনো ধৰণৰ বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিটত তেওঁলোকে পৰৱৰ্তী সময়ত অকলেই বিভিন্ন নিৰ্বাচনত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হয়।

উল্লেখ্য যে ৬০ জনীয়া সদস্যৰে গঠিত ত্ৰিপুৰা বিধানসভাত বিজেপিৰ ৩৬ গৰাকী বিধায়ক থকাৰ বিপৰীতে আই পি এফ টিৰ আছে ৮ গৰাকী বিধায়ক।

ইফালে আই পি এফ টিয়ে অহা ২৩ আগষ্টৰ দিনটো ত্ৰিপ্ৰালেণ্ড ৰাজ্য দাবী দিৱস হিচাপে পালন কৰিব। এই উপলক্ষে খুমলুঙত আয়োজন কৰা অনুষ্ঠানত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা, মনিষ টামাং, বি পি এফ নেতা বিশ্বজিৎ দৈমাৰী, নিৰোধ ৰেড্ডী উপস্থিত থকাৰ সম্ভাৱনা আছে বুলিও মংগল দেৱবৰ্মাই উল্লেখ কৰে।

তন্ময় চক্ৰৱৰ্তি

তন্ময় চক্ৰৱৰ্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd