• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই পি এল ২০২৫: যশপ্ৰীত বুমৰাহৰ প্ৰত্যাৱৰ্তন, কেতিয়া খেলিব প্ৰথম মেচ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 6, 2025 7:52 pm
162
VIEWS
Share on FacebookShare on Twitter

আই পি এল ২০২৫লৈ যশপ্ৰীত বুমৰাহৰ প্ৰত্যাৱৰ্তনৰ খবৰে অনুৰাগীৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে। কিন্তু তেওঁ প্ৰথম মেচ কেতিয়া খেলিব, সেয়া এতিয়াও স্পষ্ট নহয়। অহা ৭ এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছে ঘৰুৱা খেলপথাৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। বুমৰাহে ইতিমধ্যে দলত যোগ দিছে, কিন্তু কাইলৈৰ মেচৰ প্লেয়িং-১১ত তেওঁ থাকিব নে নাই, তাৰ কোনো নিশ্চিত তথ্য প্ৰকাশ কৰা নাই।

উল্লেখয় যে পিঠিৰ অস্ত্ৰোপচাৰৰ পিছত বুমৰাহে বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্সত আছিল। শেহতীয়া প্ৰতিবেদন আনুসৰি তেওঁ কেতিয়া খেলপথাৰত উভতিব, সেয়া স্পষ্ট নাছিল। এতিয়া জানিব পৰা গৈছে যে বুমৰাহে মুম্বাই ইণ্ডিয়ানছত যোগ দিছে। আৱশ্যে  তেওঁ আই পি এল ২০২৫ৰ প্ৰথম মেচ কেতিয়া খেলিব, তাৰ আনুষ্ঠানিক ঘোষণা নহ’লেও অনুমান কৰা হৈছে যে ১৩ এপ্ৰিলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে তেওঁ প্ৰথম মেচ খেলিব পাৰে।

উল্লেখ যোগ্য  যে ২০১৩ চনৰ পৰা বুমৰাহে মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি আহিছে। এতিয়ালৈকে তেওঁ ১৩৩খন মেচত ১৬৫টা উইকেট লৈছে। পিঠিৰ আঘাতৰ বাবে তেওঁ এইবাৰৰ আই পি এলৰ আৰম্ভণিৰ মেচসমূহত অংশ ল’ব পৰা নাছিল।

২০২৫ৰ ৪ জানুৱাৰীত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ছিডনী টেষ্টত বুমৰাহ আঘাতপ্ৰাপ্ত হৈছিল। এই আঘাতৰ বাবে তেওঁ চেম্পিয়নছ ট্ৰফীতো খেলিব পৰা নাছিল, যিটো ভাৰতীয় দলৰ বাবে ডাঙৰ ক্ষতি আছিল। একেটা আঘাতৰ বাবে তেওঁ আই পি এলৰ মেচসমূহত অংশ ল’ব পৰা নাছিল।

মুম্বাই ইণ্ডিয়ানছে বুমৰাহক ১৮ কোটি টকাত ক্ৰয় কৰিছিল। আই পি এল ২০২৫ত এতিয়ালৈকে দলটোৱে ৪খন মেচ খেলি মাত্ৰ ১খনত জয়ী হৈছে পইণ্ট টেবুলত সপ্তম স্থানত আছে। বুমৰাহৰ প্ৰত্যাৱৰ্তনে নিশ্চিতভাৱে দলৰ শক্তি বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd