• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছেপ্তেম্বৰত য়ু এ ইত অনুষ্ঠিত হ’ব আই পি এল !

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2020 8:44 pm
আই পি এল ট্ৰফী

আই পি এল ট্ৰফী

13.3k
VIEWS
Share on FacebookShare on Twitter

যদিহে ভাৰত চৰকাৰে অনুমতি দিয়ে তেন্তে বিশ্বৰ জনপ্ৰিয় ক্ৰিকেট প্ৰতিযোগিতা আই পি এল আগন্তুক ছেপ্তেম্বৰ মাহৰ পৰা য়ুনাইটেড আৰব এমেৰিটছত অনুষ্ঠিত হ’ব বুলি মঙলবাৰে উল্লেখ কৰিছে আই পি এলৰ সঞ্চালক ব্ৰিজেশ পেটেলে।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি-২০ বিশ্বকাপ প্ৰতিযোগিতা পিছুৱাই দিয়াৰ পাছত আই পি এল অনুষ্ঠিত কৰাৰ বাবে কিছু সময় লাভ কৰা হ’ব।

আই চি চি টি-২০ বিশ্বকাপ প্ৰতিযোগিতা পিছুৱাই দিয়াৰ পাছতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে আই পি এল অনুষ্ঠিত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে।

ছেপ্তেম্বৰ মাহত আই পি এল অনুষ্ঠিত হ’লে নৱেম্বৰৰ প্ৰথম ভাগলৈ বিশ্বৰ আগশাৰীৰ খেলুৱৈ সকলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব।

‘‘প্ৰতিযোগিতাখন নিশ্চয় য়ু এ ইত অনুষ্ঠিত হ’ব কিন্তু প্ৰথমতে বোৰ্ডে ভাৰত চৰকাৰৰ পৰা অনুমতি গ্ৰহণ কৰিব লাগিব,’’ পেটেলে এইদৰে কয়।

বিভিন্ন সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, চলিত বৰ্ষৰ আই পি এল ২৬ ছেপ্তেম্বৰৰ পৰা ৭ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব।

আনহাতে, পেটেলে এতিয়ালৈ আই পি এলৰ খেল সমূহ দৰ্শকৰ সন্মুখত নে বন্ধ ষ্টেডিয়ামত খেলা হ’ব সেই সম্পৰ্কে মন্তব্য প্ৰকাশ কৰা নায়।

আই পি এল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অন্তিম নিৰ্ণয় ভাৰত চৰকাৰ আৰু য়ু এ ই চৰকাৰৰ অনুমতিৰ ওপৰতে নিৰ্ভৰ কৰিব বুলিও পেটেলে লগতে সদৰি কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd