• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিজাব বিৰোধী প্ৰতিবাদক সমৰ্থন কৰাৰ বাবে গ্ৰেপ্তাৰ দুই প্ৰসিদ্ধ ইৰাণী অভিনেত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2022 9:40 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Iran arrests prominent actresses ইৰাণত দুমাহ ধৰি হিজাব বিৰোধী প্ৰতিবাদ চলি আছে। চৰকাৰ বিৰোধী প্ৰতিবাদক মুকলিকৈ সমৰ্থন কৰাৰ বাবে আৰক্ষীয়ে দুগৰাকী ইৰানী অভিনেত্ৰীক গ্ৰেপ্তাৰ কৰিছে। হেংগামেহ গাজিয়ানি আৰু কাটায়ুন ৰিয়াহীৰ বিৰুদ্ধে ইৰাণৰ চৰকাৰী কৰ্তৃপক্ষৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আৰু প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

দাবী কৰা হৈছে যে দুয়োগৰাকী অভিনেত্ৰী হিজাব অবিহনে ৰাজহুৱাভাৱে উপস্থিত হৈছিল আৰু প্ৰতিবাদকাৰীসকলৰ সৈতে একাত্মতা গঢ়িছিল। গাজিয়ানি আৰু ৰিয়াহী দুয়োগৰাকী কেইবাটাও আন্তৰ্জাতিক বঁটা বিজয়ী অভিনেত্ৰী।

লগতে পঢ়ক: FIFA World Cup 2022: দুৰ্দান্ত যুঁজ দিও পৰাজিত ছেনেগাল; কোডি গাকপো, ক্লাচেনৰ গোলেৰে নেডাৰলেণ্ডৰ ৰোমাঞ্চকৰ জয়

Apply Now

তেওঁলোকক ইৰাণী প্ৰচিকিউটৰ কাৰ্যালয়ৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱাৰ আগতে গাজিয়ানীয়ে সামাজিক মাধ্যমত তেওঁৰ অন্তিম পোষ্টত লিখিছিল, “যিয়েই নহওঁক, জানি থওক যে মই মোৰ শেষ নিশ্বাস থকালৈকে ইৰাণৰ জনসাধাৰণৰ কাষত থাকিম।” তেওঁ লগতে কৈছিল: “এইটোৱে মোৰ শেষ পোষ্ট হ’ব পাৰে।‘’

উল্লেখ্য যে যোৱা ছেপ্টেম্বৰত মাহচা আমিনী নামৰ এগৰাকী ২২ বছৰীয়া মহিলাক হিজাব নিয়ম উলংঘা কৰাৰ বাবে নীতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। মাহচা আমিনীৰ তিনিদিন পিছত ১৬ ছেপ্টেম্বৰত মৃত্যু হৈছিল।

জানিব পৰা গৈছিল যে আৰক্ষীৰ দ্বাৰা আঘাত প্ৰাপ্ত হোৱাৰ পিছত তেওঁৰ মৃত্যু হৈছিল। অৱশ্যে ইৰাণৰ চৰকাৰী কৰ্তৃপক্ষই কৈছিল যে মাহচা আমিনীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।

লগতে পঢ়ক:হিজাব বিৰোধী প্ৰতিবাদত চামিল! বিশ্বকাপত ইৰাণৰ ফুটবলাৰসকলে নাগালে ৰাষ্ট্ৰীয় সংগীত

তেতিয়াৰ পৰাই দেশখনত হিজাব বিৰোধী প্ৰতিবাদ আৰম্ভ হৈছে। মানৱ অধিকাৰ কৰ্মীসকলে কৈছে যে ইৰাণত চলি থকা প্ৰতিবাদৰ সময়ত সুৰক্ষা বাহিনীয়ে ৪০০ প্ৰতিবাদকাৰীক হত্যা কৰিছে। তদুপৰি, ১৬,৮০০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ইৰাণ চৰকাৰে প্ৰতিবাদত জড়িত থকাৰ বাবে কমেও পাঁচজন প্ৰতিবাদকাৰীক মৃত্যুদণ্ড প্ৰদান দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd