• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকাৰ দুই শত্ৰু ইৰাণ-চীনে স্বাক্ষৰ কৰিলে ২৫ বছৰীয়া সহযোগিতা চুক্তিত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2021 6:17 pm
index.jpgn
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে চীন আৰু ইৰাণৰ দুই বৈদেশিক মন্ত্ৰীয়ে ২৫ বছৰীয়া এক সহযোগিতা চুক্তিত স্বাক্ষৰ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰ-এ প্ৰকাশ কৰা অনুসৰি চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ী আৰু ইৰাণৰ বৈদেশিক মন্ত্ৰী মহম্মদ জাভেদ জাৰীফৰ মাজত সম্পন্ন হয় দুই দেশৰ মাজৰ এই সহযোগিতাৰ চুক্তি।

Apply Now

“বৰ্তমানৰ পৰিস্থিতিৰ দ্বাৰা ইৰাণৰ সৈতে আমাৰ সম্পৰ্ক প্ৰভাৱান্বিত নহ’ব, কিন্তু ই স্থায়ী আৰু কৌশলগত হ’ব।” ৰয়টাৰ-এ এইদৰে প্ৰকাশ কৰিছে চীনৰ বৈদেশিক মন্ত্ৰীৰ ৱাঙৰ উদ্ধৃতি।

উল্লেখ্য যে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে ইৰাণ ভ্ৰমণৰ সময়ছোৱাত এই চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্বে ইৰাণৰ ৰাষ্ট্ৰপতি হাছান ৰৌহানীকো সাক্ষাৎ কৰে।

চীনে এই চুক্তিৰ দ্বাৰা ইৰাণৰ আন্তঃগাঁঠনি আৰু শক্তিখণ্ডত বিনিয়োগ কৰিব বুলি আশা কৰা হৈছে। চীনৰ বৈদেশিক মন্ত্ৰীয়ে চুক্তিত স্বাক্ষৰ কৰাৰ পূৰ্বে ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে এই বিষয়বোৰ সম্পৰ্কে আলোচনা কৰা বুলি প্ৰকাশ কৰিছে ৰয়টাৰ-এ।

ইফালে এই চুক্তিৰ পিছতে অতি আশাবাদী হৈ উঠিছে চীন। দেশখনৰ বৈদেশিক মন্ত্ৰীয়ে এই চুক্তিত স্বাক্ষৰ কৰাৰ বাবে ইৰাণক ভূয়সী প্ৰশংসা কৰিছে।

“ইৰাণে আন দেশৰ সৈতে ইয়াৰ সম্পৰ্কৰ বিষয়ে স্বতন্ত্ৰভাৱে সিদ্ধান্ত লয় আৰু কিছুমান দেশৰ দৰে নহয়, যিয়ে এটা ফোন কলেৰে তেওঁলোকৰ স্থিতি সলনি কৰে।” ৱাঙে কয়।

ইফালে এই চুক্তিক ইৰাণে এক ‘সফল কূনৈতিক’ চুক্তি বুলি আখ্যা দিছে।

ৰাষ্ট্ৰপতি ৰৌহানীৰ উপদেষ্টা হেচামেদ্দিন আছেনাই কয় যে এই চুক্তিখন ‘সফল কূটনীতি’ৰ এক উদাহৰণ।

আচেনাকে ইৰাণী সংবাদ মাধ্যমৰ আগত কয় যে “ঐক্যৱদ্ধ হোৱাটোৱেহে এখন দেশৰ শক্তি, বিচ্ছিন্ন হৈ থকাটো নহয়।”

আনহাতে ইৰাণৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ছাইদ খাতিবজাদেহে কয় যে চুক্তিখন বাণিজ্য, অৰ্থনৈতিক আৰু পৰিবহণ সহযোগিতাৰ বাবে এক ‘ৰোডমাপ’, য’ত দুয়োপক্ষৰ ব্যক্তিগত খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।

উল্লেখ্য যে আমেৰিকাৰ শত্ৰু ইৰাণ আৰু চীনৰ এই দীৰ্ঘম্যাদী সহযোগিতাৰ চুক্তিয়ে আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰখনত বিশেষ প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে। বিশেষকৈ আমেৰিকাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd