• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইৰাণৰ আক্ৰমণত পিছ হুহুকিবলৈ বাধ্য হ’ল আমেৰিকাৰ বিশাল আক্ৰমণকাৰী যুদ্ধ জাহাজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:31 am
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ নৌসেনাৰ এল এইচ এ-৭ উভচৰ আক্ৰমণকাৰী জাহাজখন ইৰাণী বাহিনীৰ আক্ৰমণত পিছুৱাই যাবলৈ বাধ্য হৈছে।

ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে জানিবলৈ দিছে যে আমেৰিকাৰ সেনাবাহিনীৰ এল এইচ এ-৭ উভচৰ আক্ৰমণকাৰী জাহাজখন ইৰাণৰ ক্ষেপণাস্ত্ৰই আক্ৰমণ কৰে। এই যুদ্ধজাহাজখনত ৫ হাজাৰৰো অধিক নাৱিক আৰু মেৰিন আছে আৰু ইয়াত হেলিকপ্টাৰো কঢ়িয়াই লৈ ফুৰে। এই আক্ৰমণৰ পিছতে যুদ্ধ জাহাজখন দক্ষিণ ভাৰত মহাসাগৰৰ গভীৰলৈ পিছুৱাই যাবলৈ বাধ্য হয়।

Apply Now

ইয়াৰ উপৰিও আই আৰ জি চিয়ে আমেৰিকা আৰু ইজৰাইলৰ সামৰিক-ঔদ্যোগিক কমাণ্ড, অপাৰেচনেল আৰু লজিষ্টিক ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলোৱা বুলিও প্ৰকাশ কৰে।

ইৰাণৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আই আৰ জি চিয়ে এক বিবৃতিত কয় যে সোমবাৰে পুৱাৰে পৰা ‘অপাৰেচন ট্ৰু প্ৰমিছ ৪’ৰ ৯৮ সংখ্যক পৰ্যায়ত আই আৰ জি চিৰ নৌসেনা আৰু মহাকাশ বাহিনীৰ ইউনিটে আমেৰিকা আৰু ইহুদীবাদী শাসনৰ কমাণ্ড, অপাৰেচনেল, লজিষ্টিক ঘাটি আৰু সামৰিক-ঔদ্যোগিক আন্তঃগাঁথনিৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সমন্বিত অভিযান চলাইছে।

বিবৃতিটোত কোৱা হৈছে যে এই অভিযানৰ প্ৰথম পৰ্যায়ত আই আৰ জি চিৰ নৌসেনাই বিশেষভাৱে ইজৰাইলৰ মালবাহী জাহাজ এছ ডি এন ৭ক ক্ৰুজ মিছাইলেৰে লক্ষ্য কৰি লৈছিল, যিখন জাহাজ ধ্বংস কৰি তাৰ পিছত জ্বলি গৈছিল।

ইয়াৰ উপৰিও ইৰাণৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰই টেল আভিভৰ উত্তৰ আৰু দক্ষিণে ইজৰাইলৰ সামৰিক স্থান, হাইফাৰ কৌশলগত কেন্দ্ৰ, বেৰচেবাৰ ৰাসায়নিক কোম্পানী আৰু কাৰখানা, পেটাহ টিকভাত সঠিকভাৱে আঘাত কৰে। দখলদাৰী ইজৰাইলৰ উন্নত বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ইৰাণৰ ক্ষেপণাস্ত্ৰ প্ৰতিহত কৰিবলৈ সক্ষম নহ’ল।

আই আৰ জি চিয়ে কয় যে এই আক্ৰমণাত্মক অভিযানৰ আন এটা অংশত সংযুক্ত আৰব আমিৰশ্বাহী আৰু ইহুদীবাদী শাসনৰ যৌথ ড্ৰ’ন উৎপাদন কেন্দ্ৰ আৰু আলী আল চেলেম বিমান ঘাটিত থকা কেইবাখনো বিমানক ড্ৰ’ন আৰু মিছাইলেৰে নিখুঁতভাৱে লক্ষ্য কৰি লোৱা হৈছিল।

বিবৃতিটোত স্পষ্ট কৰি দিয়া হৈছে যে অঞ্চলটোত শত্ৰুৰ লক্ষ্যৰ বিৰুদ্ধে ইৰাণৰ সশস্ত্ৰ বাহিনী আৰু ইছলামিক প্ৰতিৰোধী গোটৰ আক্ৰমণাত্মক অভিযান অব্যাহত থাকিব।

তদুপৰি আই আৰ জি চিৰ নৌসেনাই হৰমুজ প্ৰণালীৰ যাতায়ত আৰু পাৰস্য উপসাগৰৰ জলসীমাত চলি থকা কাৰ্যকলাপ নিৰীক্ষণ কৰি আছে আৰু ইৰাণৰ সেনাই বিৰোধীৰ যিকোনো সামান্য কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am
মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am
মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd