• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাৰাথনত হিজাব পৰিধান নকৰি দৌৰাৰ বাবে আয়োজকৰ বিৰুদ্ধে গোচৰ ৰুজু ইৰাণ চৰকাৰৰ

এন ই নাও নিউজ, অসমীয়া by এন ই নাও নিউজ, অসমীয়া
December 6, 2025 4:33 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণ কৰ্তৃপক্ষই কিছ দ্বীপত অনুষ্ঠিত হোৱা এক মাৰাথন দৌৰৰ আয়োজকসকলৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিছে বুলি  জানিবলৈ দিছে। হিজাব অবিহনে মহিলাসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছবি সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

স্থানীয় সংবাদ মাধ্যমৰ মতে, যোৱা শুকুৰবাৰে (৫ ডিচেম্বৰ, ২০২৫) অনুষ্ঠিত হোৱা এই দৌৰত ৫ হাজাৰতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছিল। অনলাইনত প্ৰকাশ পোৱা ছবিত দেখা গৈছে যে একাংশ মহিলাই ইছলামিক দেশখনৰ মহিলাৰ বাবে থকা কঠোৰ সাজ-পোছাকৰ নিয়ম মানি চলা নাছিল, যিখন আইন ১৯৮০ চনৰ আৰম্ভণিতে বলবৎ কৰা হৈছিল।

Apply Now

উল্লেখ্য যে দেশখনৰ তাছনিম আৰু ফাৰ্ছকে ধৰি আন ৰক্ষণশীল সংবাদ মাধ্যমে এই মাৰাথনক অশ্লীল আৰু ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত বলবৎ কৰা ইছলামিক আইনসমূহৰ প্ৰতি অসন্মানজনক বুলি তীব্ৰ গৰিহণা দিছিল।

মন কৰিবলগীয়া যে ২০২২ চনত সাজ-পোছাকৰ নিয়ম উলংঘাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কুৰ্দি যুৱতী মাহছা আমিনিৰ জিম্মাত মৃত্যু হোৱাৰ পিছত সংঘটিত হোৱা ব্যাপক প্ৰতিবাদৰ পৰা আৰম্ভ কৰি হিজাবৰ নিয়ম মানি চলাটো অধিক কঠোৰ হৈ পৰিছে।

এন ই নাও নিউজ, অসমীয়া

এন ই নাও নিউজ, অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

September 22, 2026 11:05 am
উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

September 22, 2026 10:09 am
১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

September 22, 2026 9:23 am
নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

September 22, 2026 9:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

September 22, 2026 11:05 am
উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

September 22, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd