• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! টেল আভিভত প্ৰত্যাক্ৰমণ ইৰাণৰ; ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2025 10:40 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰত্যাক্ৰমণৰ আশংকা সত্য হ’ল । শনিবাৰে পুৱতি নিশা ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত কঁপি উঠিল টেল আভিভ! নিশাৰ আকাশৰ পৰা এটা মাৰাত্মক অগ্নিগোলক নামি অহা দেখা গ’ল। কেৱল ইজৰাইলৰ ৰাজধানীতে নহয়, জেৰুজালেমতো বিস্ফোৰণৰ শব্দ শুনা গ’ল। তীব্ৰ ছাইৰেনৰ শব্দ বাজি থকা শুনা গ’ল।

শুকুৰবাৰে ইৰাণত আক্ৰমণ চলাইছিল ইজৰাইলে। সেই সময়ৰ পৰাই প্ৰত্যাক্ৰমণৰ আশংকা আছিল। অৱশেষত ইৰাণে ৬৫ মিনিটত ২০০ টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰে। এই দাবী সংবাদ মাধ্যমৰ। ইয়াৰ পিছত ইজৰাইলে পুনৰ আক্ৰমণ চলাইছে দেশখনত।

Apply Now

ইৰাণে টেল আভিভত এই অভিযানক ‘অপাৰেচন ট্ৰু প্ৰমিজ ৩’ বুলি নামকৰণ কৰিছে। তেহৰানে দাবী কৰিছে যে তেওঁলোকৰ মূল লক্ষ্য হৈছে ইজৰাইলৰ সামৰিক ঘাটি। এই পৰ্যন্ত অভিযানত ১ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৩৪ জন আহত হৈছে।

ইপিনে শুকুৰবাৰে ইৰাণৰ ৩৩০ৰো অধিক স্থানত ইজৰাইলে ‘অপাৰেচন ৰাইজিং ছান’ চলাইছিল। শনিবাৰে পুনৰ ইৰাণৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ চলায়। মুঠতে ইজৰাইলৰ আক্ৰমণত কমেও ৭৮ জন লোক নিহত হয়। আহত হৈছে কমেও ৩২০ জন লোক।

এই বিমান আক্ৰমণত ইৰাণৰ সামৰিক ঘাটি আৰু পাৰমাণৱিক অস্ত্ৰৰ কেন্দ্ৰসমূহ লক্ষ্য কৰি লোৱা হয়। ফলত ইৰাণৰ সেনাৰ মুৰব্বী মহম্মদ বাঘেৰী, ৰিভল্যুচনেৰী গাৰ্ড কমাণ্ডাৰ হোছেইন চালামি, ইৰাণৰ ইমাৰ্জেন্সি কমাণ্ড কমাণ্ডাৰ নিহত হয়। ইৰাণৰ প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আলী ছামখানীয়েও প্ৰাণ হেৰুৱাইছে। ইৰাণেও কয় যে কমেও ৬ জন পাৰমাণৱিক বিজ্ঞানী নিহত হৈছে। ইজৰাইলৰ এই আক্ৰমণত বহু সামৰিক জোৱান আৰু বিষয়াও নিহত হয়।

ইৰাণ আৰু ইৰাকে নিজৰ আকাশমাৰ্গ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ বাবে সমগ্ৰ মধ্যপ্ৰাচ্যৰ বিমান পৰিবহণ কাৰ্যতঃ স্তব্ধ হৈ পৰিছে। কেইবাটাও বিমান সংস্থাই স্থগিত ৰাখিছে বিমান সেৱা। এনে পৰিস্থিতিত শনিবাৰে ইৰাণ আৰু ইজৰাইলৰ ইখনে সিখনৰ ওপৰত পুনৰ চলোৱা আক্ৰমণৰ ফলত মধ্যপ্ৰাচ্যত যুদ্ধৰ মেঘ আৰু অধিক ঘণীভূত হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd