• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চোলেমানিৰ মৃত্যুত প্ৰতিশোধৰ ভাবুকি খামেইনিৰ; মধ্য প্ৰাচ্যত যুদ্ধৰ দামামা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2020 10:06 am
images

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু নিহত ইৰানৰ শীৰ্ষ বিষয়া চোলেমানি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্কিন বিমান আক্ৰমণত ইৰানৰ শীৰ্ষ সেনা বিষয়াৰ মৃত্যুৰ পাছত মধ্য প্ৰাচ্যত যুদ্ধৰ ডাৱৰ নামিছে। এই মৃত্যুৰ আঁত ধৰি এইবাৰ আমেৰিকাক ধমক দিছে ইৰানৰ প্ৰধান নেতা আয়াতুল্লা আলি খামেইনিয়ে।

শুকুৰবাৰে ৰাতিপুৱাই বাগদাদ বিমানবন্দৰত মাৰ্কিন বিমান আক্ৰমণত ইৰানৰ কাডছ ফোৰ্ছৰ কমাণ্ডাৰ জেনেৰেল কাছেম চোলেমানিকে ধৰি ৮জন নিহত হয়।

Apply Now

এই ঘটনাৰ পাছতে আমেৰিকাৰ বিৰুদ্ধে টুইটত চৰম সাৱধানবাণী শুনাইছে ইৰানৰ নেতা খামেইনিয়ে।

তেওঁ লিখিছে: ‘’তেওঁলোকৰ নিৰৱিছিন্ন চেষ্টাৰ ফলত চোলেমানি চহিদ হ’ল। তেওঁলোকে দেখুওৱা পথেৰে জেহাদ চলিব আৰু এই ধৰ্মযুদ্ধত আমিয়েই জয়ী হ’ম। যিয়ে চোলেমানিৰ তেজেৰে হাত ৰাঙলী কৰিছে তেওঁলোকৰ বিৰুদ্ধে চৰম প্ৰতিশোধ লোৱা হ’ব।‘’

ইপিনে, ইৰানৰ বিদেশ মন্ত্ৰী জাভেদ জাৰিফেও স্পষ্ট কৰি দিছে যে এই আক্ৰমণৰ পাছত সৃষ্টি হ’ব পৰা পৰিস্থিতিৰ বাবে আমেৰিকাই দায়ী হ’ব।

ইৰানৰ দাবীক পাত্তা দিব খোজা নাই আমেৰিকাই। চোলেমানিৰ মৃত্যুত ইৰাকৰ নাগৰিকে আনন্দ প্ৰকাশ কৰা ছবি সংলগ্ন কৰি টুইট কৰিছে আমেৰিকাৰ ছেক্ৰেটাৰী অফ ষ্টেট মাইক পম্পে।

যোৱা কেইমাহমান ধৰি আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা উত্তেজনাময় পৰিস্থিতিৰ হঠাতে চৰম অৱনতি ঘটিছে।

যোৱা দেওবাৰে বাগদাদৰ মাৰ্কিন দূতাবাসত ইৰানৰ বিদ্ৰোহীয়ে আক্ৰমণ চলাইছিল। ইয়াৰ পাছতে শুকুৰবাৰে পুৱা হঠাতে আমেৰিকাই বাগদাদ বিমানবন্দৰত তিনিটা ৰকেটেৰে আক্ৰমণ চলায়।

উক্ত আক্ৰমণত ইৰানৰ এলিট গাৰ্ড ফোৰ্ছৰ শীৰ্ষ কমাণ্ডাৰ কাছেম চোলেমানি, পি এমএফ-ৰ ডেপুটি কমাণ্ডাৰ আবু মেহদি আল মুহানদিছ তথা বিমানবন্দৰৰ প্ৰট’কল বিষয়া মহম্মদ ৰেদাকে ধৰি আঠজন লোক নিহত হয়।

আমেৰিকাৰ এই আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ বাবে ইৰানত কুচকাৱাজ চলিছে। ইপিনে, আমেৰিকাইয়ো অধিক আক্ৰমণাত্মক ৰূপ লোৱাৰ বাবে ইৰানৰ প্ৰতিক্ৰিয়ালৈ অপেক্ষা কৰিছে।

অচিৰেই হয়তো মধ্য প্ৰাচ্যত আন এখন যুদ্ধৰ আতংকই শান্তি বিঘ্নিত কৰিবলৈ ৰৈ আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd