• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘তেজ দিম কিন্তু মাটি নিদিওঁ…’, ভাৰতৰ পৰা আমেৰিকাক সকীয়াই দিছে ইৰাণে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 15, 2026 12:19 pm
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰাচ্যৰ যুদ্ধ শান্ত হোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই। ইয়াৰ বিপৰীতে আৰু বৃদ্ধিহে পাব পাৰে। ইৰাণৰ নেতাৰ নতুন বাৰ্তাৰ পিছত যেন এই আশংকা বাঢ়িছে। পশ্চিম এছিয়াত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ মাজতে ইৰাণে এতিয়া স্পষ্ট কৰি দিছে যে বৰ্তমান আমেৰিকাৰ সৈতে কোনো ধৰণৰ আলোচনাৰ বাবে সাজু নহয়।

ভাৰতত ইৰাণৰ সৰ্বোচ্চ নেতাৰ প্ৰতিনিধি আব্দুল মজিদ হাকিম ইলাহীয়ে শেহতীয়াকৈ কয় যে বৰ্তমানৰ পৰিস্থিতিত আলোচনাৰ কোনো প্ৰশ্নই উত্থাপন হোৱা নাই। যদি পৰিস্থিতি একেই থাকে তেন্তে ইৰাণ দীৰ্ঘম্যাদী যুদ্ধৰ সন্মুখীন হ’বলৈ সাজু।

Apply Now

এটা সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত ইলাহীয়ে কয় যে, “আজিও ইৰাণৰ ৰাজপথত জনসাধাৰণৰ মাজত ক্ষোভ আৰু প্ৰতিৰোধ দেখা গৈছে। মানুহে মুকলিকৈ কৈছে যে তেওঁলোকে দেশখনক ৰক্ষা কৰিবলৈ যিকোনো ত্যাগ কৰিবলৈ সাজু। মানুহে কৈছে যে আমি তেজ দিবলৈ সাজু, কিন্তু তেওঁলোকে নিজৰ মাটি এৰি নিদিয়ে।”

এই সংঘাত কিমান দিনলৈ চলিব সেয়া ভৱিষ্যদ্বাণী কৰাটো কঠিন, কিন্তু ইৰানে শেষলৈকে যুঁজিবলৈ বদ্ধপৰিকৰ। এই যুদ্ধ বহু বছৰ ধৰি চলিলেও ইৰাণ সাজু। তেওঁ সোঁৱৰাই দিয়ে যে ইৰানে ইৰাকৰ সৈতে আঠ বছৰ যুদ্ধ কৰিছিল। গতিকে আমাৰ ডাঙৰ যুদ্ধ চলোৱাৰ অভিজ্ঞতা আছে।”

শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্পে দাবী কৰিছিল যে তেহৰানে আলোচনা বিচাৰে। অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই দাবী কাৰ্যতঃ খাৰিজ কৰিলে ইলাহীয়ে। তেওঁ কয় যে ইৰাণ এই মুহূৰ্তত কোনো আলোচনাৰ প্ৰতি আগ্ৰহী নহয়, কাৰণ যুদ্ধ আৰম্ভ হৈছিল আমেৰিকাৰ পদক্ষেপৰ পিছত। গতিকে এই পৰিস্থিতিৰ বাবে আমেৰিকা দায়ী।

ইলাহীয়ে কয়, “আমি আমাৰ প্ৰতিপক্ষৰ ওচৰত শিৰণত নকৰো। ইৰাণ এনে এখন দেশ নহয় যিয়ে নিজৰ প্ৰতিপক্ষৰ চাপত নতি স্বীকাৰ কৰিব।”

তেওঁ কয়, “বৰ্তমানৰ সংকট কেৱল ইৰাণতে সীমাবদ্ধ নহয়, সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰিছে। ইন্ধনৰ মূল্যৰ উঠা-নমা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত অস্থিৰতা ইয়াৰ উদাহৰণ। এই সংঘাতে গেছ, পেট্ৰল আৰু তেলৰ যোগানতো প্ৰভাৱ পেলাইছে।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

August 13, 2026 11:32 am
মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

August 13, 2026 11:32 am
মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd