• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইৰাণৰ ৰাডাৰ আৰু ড্ৰোন নিয়ন্ত্ৰণ স্থানত আক্ৰমণ আমেৰিকাৰ; আইআৰজিচিৰ লক্ষ্য আমেৰিকাৰ ঘাটি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2026 12:50 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে চুক্তিত উপনীত হোৱা বুলি দাবী কৰাৰ বিপৰীতে তেওঁৰ সেনাই তেহৰাণত আক্ৰমণ চলাই আছে। শেহতীয়া পৰিস্থিতিত আমেৰিকাই এই সপ্তাহৰ শেষৰ ফালে ইৰাণৰ ড্ৰ’ন কমাণ্ড বেছত আক্ৰমণ কৰা বুলি দাবী কৰিছে।

দেওবাৰে আমেৰিকাই কয় যে এই সপ্তাহৰ শেষৰ ফালে ইৰাণৰ গোৰুক আৰু কেছম দ্বীপত ইৰাণৰ ৰাডাৰ আৰু ড্ৰ’ন নিয়ন্ত্ৰণ স্থানত তেওঁলোকে আত্মৰক্ষামূলক আক্ৰমণ চলাইছে। আমেৰিকাই ইয়াক তেহৰাণৰ আগ্ৰাসী কাৰ্য্যৰ প্ৰতিক্ৰিয়া বুলি অভিহিত কৰে।

Apply Now

আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে এক্সত এটা পোষ্টত কয় যে ইৰাণে আন্তঃৰাষ্ট্ৰীয় জলসীমাৰ ওপৰেৰে উৰি থকা আমেৰিকাৰ এম কিউ-১ ড্ৰ’ন এখন গুলীয়াই ভূপতিত কৰিছে।

চেণ্ট্ৰেল কমাণ্ডে জনোৱা মতে, আমেৰিকাৰ যুদ্ধ বিমানে প্ৰতিশোধ লয়, ইৰাণৰ বায়ু সুৰক্ষা ব্যৱস্থা, এটা স্থল নিয়ন্ত্ৰণ ষ্টেচন আৰু দুখন একমুখী আক্ৰমণৰ ড্ৰোন ধ্বংস কৰে। লগতে উল্লেখ কৰা হৈছে যে কোনো আমেৰিকাৰ সামৰিক জোৱানৰ ক্ষতি হোৱা নাই।

ইফালে ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে সোমবাৰে কয় যে তেওঁলোকৰ এৰোস্পেচ ফৰ্চে ছিৰিক দ্বীপৰ টেলিকম টাৱাৰত আমেৰিকাৰ আক্ৰমণত ব্যৱহাৰ কৰা বুলি ধাৰণা কৰা এয়াৰবেছক লক্ষ্য কৰি লৈছে। অৱশ্যে বিমানঘাটিটোৰ স্থান সন্দৰ্ভত কোনো তথ্য প্ৰদান কৰা হোৱা নাই।

যোৱা সপ্তাহত দুয়োখন দেশৰ মাজত প্ৰতিশোধমূলক আক্ৰমণৰো আদান-প্ৰদান হৈছিল। ৱাশ্বিংটনৰ এজন বিষয়াই জনোৱা মতে, হৰমুজ প্ৰণালীৰ সমীপত ইৰাণৰ ড্ৰ’ন অভিযানক লক্ষ্য কৰি আমেৰিকাৰ সেনাই আক্ৰমণ চলাইছিল। ইয়াৰ পিছত ইৰাণে আমেৰিকাৰ বিমান ঘাটি এটাক লক্ষ্য কৰি লয়।

ৱাশ্বিংটন আৰু তেহৰাণৰ মাজত চলি থকা উত্তেজনাৰ মাজতে এই ঘটনা সংঘটিত হৈছে। আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে সকীয়াই দিছে যে যদিহে ভৱিষ্যতে আমেৰিকাৰ কোনো চুক্তিয়ে আমেৰিকাৰ চৰ্ত পূৰণ কৰিব নোৱাৰে তেন্তে সামৰিক ব্যৱস্থা পুনৰ আৰম্ভ হ’ব পাৰে। তেওঁ কয় যে আমেৰিকাৰ বাহিনীসমূহ অধিক পদক্ষেপৰ বাবে সম্পূৰ্ণৰূপে সাজু।

ইফালে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে হোৱা প্ৰস্তাৱিত চুক্তিখন অধিক সংশোধনৰ বাবে ঘূৰাই পঠিয়াইছে বুলি জানিব পৰা গৈছে। এক্সিওছৰ মতে, শুকুৰবাৰে এখন বৈঠকৰ সময়ত ট্ৰাম্পে কেইবাটাও পৰিৱৰ্তনৰ বাবে অনুৰোধ জনাইছিল আৰু তাৰ পিছত তেওঁ অধিক সংশোধনীৰ দাবী জনাইছে। চুক্তিখন চূড়ান্ত কৰিবলৈ তেওঁৰ কোনো খৰখেদা নাই বুলিও তেওঁ উল্লেখ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd